01/08/2026
মূখ্যমন্ত্ৰীয়ে এই বিপৰ্জয়ৰ সময়ত সাম্প্ৰদায়িক ৰাজনীতি ত্যাক কৰক ৷
---সভাপতি জাতীয় সংগ্ৰামী সেনা অসমৰ-
চিতু বৰুৱাই
এই জলপ্ৰলয়ত সকলো ধৰ্মৰে উপাসনাস্থলী ক্ষতি হৈছে
সেইয়ে ৰাজধৰ্ম পালন কৰি মুছলমানৰ মচজিদ, মন্দিৰ, গীৰ্জা ঘৰলৈয়ো অনুৰূপ ক্ষতিপূৰণ ঘোষণা কৰক।