JANIA LIVE 24×7

  • Home
  • JANIA LIVE 24×7

JANIA LIVE 24×7 ৰাইজৰ পক্ষত বাতৰি সম্প্ৰচাৰ কৰাৰ প্ৰতিশ্ৰুতিৰে

28/06/2025

জনীয়াত ইনোভেডিকা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগী ব্যৱস্থাপনাত যুৱক 4 স্বৰাজ সন্দৰ্ভত সজাগতা।

দেশৰ পোন্ধৰখন ৰাজ্যৰ ২৫ টা আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ শীৰ্ষ পদাধিকাৰীৰ অংশগ্ৰহণ।

26/06/2025

ইনোভেডিকা ফাউণ্ডেশ্যনৰ উদ্যোগত
আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগী ব্যৱস্থাপনাত যুৱক স্বৰাজ সন্দৰ্ভত তিনিদিনীয়া সজাগতা কাৰ্যসূচীৰ আয়োজন
২৭ ,২৮, ২৯ জুনলৈ অনুষ্ঠিত হ'ব তিনিদিনীয়া সজাগতা কাৰ্যসূচীৰ
উক্ত কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ফাউণ্ডেশ্যনৰ সঞ্চালক গৰাকীয়ে।

28/04/2025

ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ
নামনি অসমৰ বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনস্থ কাদং গাওঁ পঞ্চায়ততো প্ৰাৰ্থীয়ে চলাইছে নিজ নিজ প্ৰচাৰ। কোনো গুণে পিছ পৰি থকা কাদং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৬ নং খন্ডত নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী নিয়ামত আলী। সমাজ কৰ্মী দেলুৱাৰ হুছেইনৰ সভাপতিত্বত কাদং গাওঁ পঞ্চায়তৰ অন্তৰ্গত টাপাজুলি ৬ নং খন্ডত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। উক্ত সভাত প্ৰায় তিনি শতাধিক ভোট ৰাইজ উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত তাক লাগিয়া দিতে হবে বুলিও উপস্থিত ৰাইজে ভাষণ প্ৰদান কৰে ।

28/04/2025

৫৬ নং জনীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী মহম্মদ ইব্ৰাহিম আলী।

ইব্ৰাহিম আলী জনীয়া গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি।

ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ

শাসক বিৰোধী ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।
বৰপেটা জিলাৰ জনীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ নিৰ্দলীয় পদৰ প্ৰাৰ্থী ইব্ৰাহিম আলীয়েও আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।
দূৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ ক্ষেত্ৰত ১ নং ৱাৰ্ডৰ প্ৰত্যেকজন ভোটাৰে ভোটদান কৰিব বুলিও নিৰ্দলীয় পদৰ প্ৰাৰ্থী মহম্মদ ইব্ৰাহিম আলীয়ে কয়।

21/04/2025

নামনি অসমৰ বৰপেটা জিলাৰ ৫৭ নং কাদং গাওঁ পঞ্চায়তৰ ৭ নং খণ্ডৰ ছাবিনা ইয়াচমিন হুছেইনে নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী। উৎফুল্লিত ৰাইজ ।

05/04/2025

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে জনীয়া কংগ্ৰেছ মন্ডল কমিটিৰ নেতা কৰ্মী।

11/03/2025

জনীয়াত TICS Computer Education Institute ৰ শাখা মুকলি

04/02/2025

জনীয়াত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক স্বেচ্ছাসেৱী অনুষ্ঠান আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ দুৱৰা পেলনীয়া কাঠেৰে উন্নত মানৰ আচবাব নিৰ্মানৰ প্ৰশিক্ষণৰ শুভাৰম্ভ।

02/02/2025

নামনি অসমৰ বৰপেটা জিলাৰ জনীয়াস্থিত লিটিল ল্যাণ্ড ইংলিছ মেডিয়াম স্কুলৰ ষষ্ঠ সংখ্যক বাৰ্ষিক অধিৱেশনত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হামদুল্লাহ আল ৰহমানৰ সুমধুৰ কণ্ঠৰ গীতে উপস্থিত সাংস্কৃতিক প্ৰেমী দৰ্শকক আপ্লুত কৰে।

01/02/2025

Address


Alerts

Be the first to know and let us send you an email when JANIA LIVE 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share