JTime 30

JTime 30 news and media company

পৰিয়ালৰ সন্মুখতে বিপক্ষক ধাৰাশায়ী কৰিলে মহম্মদ ছিৰাজেনিউজিলেণ্ডৰ বিৰুদ্ধে ৪ উইকেট দখল কৰিলে ছিৰাজে
18/01/2023

পৰিয়ালৰ সন্মুখতে বিপক্ষক ধাৰাশায়ী কৰিলে মহম্মদ ছিৰাজে
নিউজিলেণ্ডৰ বিৰুদ্ধে ৪ উইকেট দখল কৰিলে ছিৰাজে

উঠা হে ফুলৰা,উঠা হে চতলা,উঠা দেৱবালা স্বৰূপ ধৰি,পূৰ্ণি হ'ল আজি শতেক বছৰ আৰু কতকাল থাকিবা পৰি?        হাদিৰাচকীৰ ৰণৰ দ্বি...
10/01/2023

উঠা হে ফুলৰা,উঠা হে চতলা,উঠা দেৱবালা স্বৰূপ ধৰি,পূৰ্ণি হ'ল আজি শতেক বছৰ আৰু কতকাল থাকিবা পৰি?
হাদিৰাচকীৰ ৰণৰ দ্বি-শতবাৰ্ষিক সোঁৱৰণী সমাৰোহ সামৰণি অনুষ্ঠান।
ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিত আন্তৰিকতাৰে কামনা কৰা হ'ল।
স্হানঃ-তাৰাকান্দি বজাৰ প্ৰাঙ্গণ।

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত 5 খন গাওঁ  Bartai, Isabpur, Manikpur, Kandulia , Khudrakhowa আদি বঙাইগাঁও জিলাৰ লগত...
02/01/2023

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত 5 খন গাওঁ Bartai, Isabpur, Manikpur, Kandulia , Khudrakhowa আদি বঙাইগাঁও জিলাৰ লগত সংযুক্ত কৰিছে অসম চৰকাৰে ।

এই লৰাজন 08/12/2022 তাৰিখে ঘৰৰ পৰা দিনৰ 2 বজাত কলগাছিয়া বজাৰলৈ গৈছিলে। বজাৰৰ পৰা লৰাজন নিৰুদ্দেশ হৈছে, এতিয়ালৈ লৰাজনৰ ...
12/12/2022

এই লৰাজন 08/12/2022 তাৰিখে ঘৰৰ পৰা দিনৰ 2 বজাত কলগাছিয়া বজাৰলৈ গৈছিলে। বজাৰৰ পৰা লৰাজন নিৰুদ্দেশ হৈছে, এতিয়ালৈ লৰাজনৰ কোনো তথ্য পোৱা নাই, যদি কোনোবাই লৰাজনক দেখা পাই, তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো l

8951336472
7099569546

নামঃ ৰকিবুল হক,
গাঁওঃ কোকিলা মাজ পাৰা ডাকঘৰ: কোকিলা
থানাঃ অভয়াপুৰী
জিলাঃ বঙ্গাইগাওঁ (অসম)-
783392

🙏🙏

অসম চৰকাৰৰ  #সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ সদস্য হিচাপে নিযুক্তি পোৱা আটাইসকললৈ আন্তৰিক শুভেচ্ছা ও শুভকামনা জ্ঞাপন কৰিছোঁ। আশ...
05/12/2022

অসম চৰকাৰৰ #সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ সদস্য হিচাপে নিযুক্তি পোৱা আটাইসকললৈ আন্তৰিক শুভেচ্ছা ও শুভকামনা জ্ঞাপন কৰিছোঁ। আশাকৰোঁ অনাগত দিনত আপোনালোকে ব'ৰ্ডৰ জৰিয়তে #সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে নিস্বাৰ্থ ভাবে কাম কৰি যাব।
CMO ASSAM
Himanta Biswa Sarma
Assam minority development board

মইনবড়ীৰ #পশ্চিম_মইনবড়ী_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ৰ অসৱসৰ প্ৰাপ্ত শিক্ষক  #আব্দুল_গণি চাহাবে আজি ৰাতিপুৱা উচ্চ ৰক্তচাপ ৰো...
27/11/2022

মইনবড়ীৰ #পশ্চিম_মইনবড়ী_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ৰ অসৱসৰ প্ৰাপ্ত শিক্ষক #আব্দুল_গণি চাহাবে আজি ৰাতিপুৱা উচ্চ ৰক্তচাপ ৰোগত ইন্তেকাল হয়l

আজি বৰপেটা জিলাৰ পশ্চিম মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাঘবৰ সমষ্টিৰ মান...
25/11/2022

আজি বৰপেটা জিলাৰ পশ্চিম মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাঘবৰ সমষ্টিৰ মাননীয় বিধায়ক শ্বেৰমান আলী আহমেদে।
বিধায়ক গৰাকীয়ে তাৰাকান্ধীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজনী ছোৱালী ডঃ হাফিজা খাতুনক সম্বোধনা জনায়।

24/11/2022
অভিনন্দন অসম ক্ৰিকেট সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি মাননীয় বিধায়ক Taranga Gogoi
21/11/2022

অভিনন্দন অসম ক্ৰিকেট সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি মাননীয় বিধায়ক Taranga Gogoi

Address

JOYPUR Road, Barpeta Road
Barpeta
781321

Alerts

Be the first to know and let us send you an email when JTime 30 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JTime 30:

Share