P Sangbad

P Sangbad P Sangbad is an Assamese media platform based in Assam. Mostly covers issues resent socio-political affairs

27/08/2026

প্ৰায় ৩০ বছৰৰ ব্যৱধান: হেৰোৱা কন্যা-ভনী আনোৱাৰা বেগমৰ সন্ধানত বৃদ্ধা মাতৃ আৰু পৰিয়ালৰ আকুল আবেদন

27/08/2026

কামৰূপত "আৰোহণ" কাৰ্যসূচীৰ শুভাৰম্ভণি: ২৭৬ গৰাকী শিক্ষাৰ্থীৰ জ্ঞান অন্বেষণ যাত্ৰা আৰম্ভ

চৰ-চাপৰি অসমীয়া মুছলমান সমাজৰ সজাগতা সভা: লোকপিয়লত মাতৃভাষা অসমীয়া উল্লেখ কৰাৰ সংকল্পখবিৰ আহমেদ আৰু ড° হাফিজ আহমেদৰ অ...
26/08/2026

চৰ-চাপৰি অসমীয়া মুছলমান সমাজৰ সজাগতা সভা: লোকপিয়লত মাতৃভাষা অসমীয়া উল্লেখ কৰাৰ সংকল্প

খবিৰ আহমেদ আৰু ড° হাফিজ আহমেদৰ অংশগ্ৰহণত লোকপিয়ল আৰু সচেতন নাগৰিকৰ দায়িত্ব বিষয়ক সফল আলোচনা চক্ৰ

26/08/2026

বৰপেটাৰ কেওঁটকুছিৰ পুঠিমাৰীত ড্ৰা*গ*ছ*ৰ বে*হা বন্ধ কৰাৰ দাবীৰে মছজিদ পৰিচালনা সমিতিৰ বৰপেটা আৰক্ষী অধীক্ষক সুশান্ত বিশ্বলৈ আবেদন।

26/08/2026

মৰেল পুলিচগিৰিৰ ৰুপত ডেম্পৰ মালিক আব্দুল কদ্দুচ ।
এনে ঘটনা সংঘটিত হৈছে বৰপেটা সদৰৰ গাতে লাগি থকা ভেৰাগাও চ'কত ।
চুৰি কৰাৰ অপৰাধত আইন হাতত তুলি ল'লে কদ্দুছে ।
ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাতহে ৰক্ষা পৰিল ধৃত ছাইফুল ইছলাম ।

26/08/2026

আমিনগাঁওত মদৰ দোকান বন্ধ কৰাৰ দাবী

# নিশা আমিনগাঁৱত শতাধিক পুৰুষ -মহিলাৰ উত্তাল প্ৰতিবাদ ।

# আমিনগাঁও মৰিয়াপট্টিত থকা "মা মনসা ৱাইন" ছপৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ

25/08/2026

কাদঙৰ মহম্মদপুৰ গাঁৱৰ নজৰুল ইছলামৰ পত্নীক পলুৱাই নিলে একে গাঁৱৰে মহুৰ উদ্দিনৰ পুত্ৰ হাফিজুৰ ৰহমানে ।

বৰপেটা সদৰ আৰক্ষী থানাত তিনিজনৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। আৰক্ষীয়ে কি ভুমিকা লয় সময়ে ক'ব!

25/08/2026

মাতৃভূমি সেৱা মঞ্চ আৰু সমন্বয় সাহিত্য গোষ্ঠীৰ উদ্যোগত 'চৰ-চাপৰি অসমীয়া মুছলমান সমাজৰ সচেতন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য' বিষয়ক আলোচনা চক্ৰ আৰু সজাগতা সভা সফলতাৰে সম্পন্ন

প্ৰাক্তন আছু নেতা তথা বেংক কৰ্মচাৰী পৰেশ কাকতিৰ মৃত্যু কামৰূপ জিলাৰ হাজো কুলহাটী-ছাত্ৰশালীৰ,   অসম কো; ইণ্ডাষ্টিয়েল বেং...
25/08/2026

প্ৰাক্তন আছু নেতা তথা বেংক কৰ্মচাৰী পৰেশ কাকতিৰ মৃত্যু

কামৰূপ জিলাৰ হাজো কুলহাটী-ছাত্ৰশালীৰ, অসম কো; ইণ্ডাষ্টিয়েল বেংকৰ কেচিয়াৰ পৰেশ কাকতি নিশা ২.১৫ বজাত মৃত্যু হয়। তেওঁ শাৰীৰিক অসুস্থতাৰ হেতু অকাল মৃত্যুক সাৱটি লয়।

তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ দমদমা আণ্চলিক ছাত্ৰ ছাত্ৰ সন্থাৰ সভাপতি,কুলহাটী গাঁও উন্নয়ন সমিতিৰ দূৰ্গা পূজা পৰিচালনা সমিতিৰ সম্পাদক, দমদমা মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সন্থাৰ সভাপতি, দমদমা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক, কুলহাটী পাচগাওঁ পঞ্চায়তৰ অ গ প দলৰ সভাপতি,সাহিত্য সভাৰ এগৰাকী আজীৱন সদস্য লগতে বিভিন্ন সামাজিক কাম-কাজত জড়িত আছিল। তেওঁ দমদমা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ গুৱাহাটীৰ কো : অপাৰেটিভ বেংকত কৰ্মৰত হিছাপে আছিল। তেওঁৰ মৃত্যুৰ সময়ত পত্নী, দুই কন্যা, পুত্ৰ, দুই ভাতৃ এৰি থৈ যায়। মৃত্যুৰ সময়ত ৫৭ বছৰ আছিল।তেওঁৰ মৃত্যুত হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, প্ৰাক্তন আছু নেতা গোবিন্দ দাস,নৱ কুমাৰ শৰ্মা, দ্বীপ ডেকা,ড: দীপুল কুমাৰ দাস,মানৱ দাস,দিবাকৰ দাস,শিৱ কলিতা আদিৰ লগতে দমদমা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে। বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সহমৰ্মিতা প্ৰকাশ কৰে।

25/08/2026

এ পি এল চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ

Address

Jotigaon . FAAMCH. BARPETA
Barpeta
781314

Alerts

Be the first to know and let us send you an email when P Sangbad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to P Sangbad:

Shortcuts

Share