The Reports

The Reports Without Fear and Favor
বাতৰিক সম্পূৰ্ণ ৰূপে পক্ষপাতিত্ব বিহীন ভাবে,
খবৰক "কেৱল খবৰ" হিচাপে আপোনালোকৰ আগত দাঙি ধৰিবলৈ প্ৰতিজ্ঞাবদ্ধ আমি।
(1)

15/10/2025

কাৰাগাৰৰ সন্মুখত ''অসম আৰক্ষী গ' বেক'' ধ্বনি। প্ৰতিবাদত বহিল মহিলা। নিয়ন্ত্ৰণহীন বাক্সা জিলা কাৰাগাৰৰ চৌহদৰ পৰিবেশ

যিয়ে নহওক জুবিনক ন্যায় দিমেই মই।-মুখ্যমন্ত্রী
15/10/2025

যিয়ে নহওক জুবিনক ন্যায় দিমেই মই।
-মুখ্যমন্ত্রী

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ছিংগাপুৰত প্ৰথমখন FIR দুলু আহমেদৰ।
15/10/2025

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ছিংগাপুৰত প্ৰথমখন FIR দুলু আহমেদৰ।

🔴বাক্সাত ইণ্টাৰনেট কৰ্তন।
15/10/2025

🔴বাক্সাত ইণ্টাৰনেট কৰ্তন।

সমগ্ৰ বাক্সা জিলাত ইণ্টাৰনেট কৰ্তন।
15/10/2025

সমগ্ৰ বাক্সা জিলাত ইণ্টাৰনেট কৰ্তন।

15/10/2025

বাক্সাত সংঘটিত হোৱা পৰিস্থিতিক লৈ দিল্লীৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ভাৰতত পুনৰ উপলব্ধ হ'ল ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুক একাউন্ট।
15/10/2025

ভাৰতত পুনৰ উপলব্ধ হ'ল ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুক একাউন্ট।

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত লগুন ছিঙা যুৱকৰ বিৰুদ্ধে এজাহাৰ I
15/10/2025

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত লগুন ছিঙা যুৱকৰ বিৰুদ্ধে এজাহাৰ I

১ মিলিয়ন পাৰ হল  আহক আৰু আগুৱাই লৈ যাওঁ। বিশ্বই জানিব পৰাকৈ।
15/10/2025

১ মিলিয়ন পাৰ হল
আহক আৰু আগুৱাই লৈ যাওঁ।
বিশ্বই জানিব পৰাকৈ।

15/10/2025

নাজিৰা ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত দিপাৱলীৰ নামত উচ্চ স্বৰত হিন্দী গীত লগাই আনন্দ কৰা কাৰ্যক বিৰোধিতা কৰি বিশেষ আহ্বান জনালে বীৰ লাচিত সেনা অসমে -

15/10/2025

লগুণ চিঙি কি কৰিব বিচাৰিছে এজন যুৱকে জুবিন দাই এনেকুৱা অসম গঢ়ি গৈছিল নে আৰু সকলোৱেই ন্যায় কাৰণে লাগক প্ৰাণৰ শিল্পী জুবিন দাৰ বাবে।

15/10/2025

আপুনি সদায় STRONG হৈ থাকিব গৰিমা মামী।আমি সকলো আপোনাৰ লগত আছোঁ। জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত SUPER DANCERৰ চেম্পিয়ন আধ্যাশ্ৰী।

Address

Barpeta, Kalgachia, Near Kalgachia Civil Hospital. Hospital Road
Barpeta
781319

Telephone

+919864814098

Website

Alerts

Be the first to know and let us send you an email when The Reports posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Reports:

Share