
26/07/2025
#টাকাকাটা_নিবাসী_অধিবক্তা_আৰিফুল_ইছলামৰ সহধৰ্মিণী #অধিবক্তা_শাহিদা_খাতুন যোৱা ৰাতি ৬:৩০ মান বজাত আকস্মিক ভাৱে ইহলীলা সম্বৰণ কৰে। তাইৰ মৃত্যুত মৰ্মাহত হৈছোঁ। মহান আল্লাহই তাইক জান্নাত দান কৰক, তাৰেই কামনা কৰিলোঁ। শাহিদা খাতুন নম্ৰ আৰু অমায়িক স্বভাৱৰ আছিল।
#ইন্না_লিল্লাহি_ওৱা_ইন্না_ইলাইহি_ৰাজিউন