18/09/2025
অসমত পুনৰ বাৰ সংঘটিত হল ভয়ংকৰ কাণ্ড৷
টিউচন কৰিব অহা দুই হিন্দু ছাত্ৰীক ধৰ্ষণৰ চেষ্টা মুছলমান যুৱকৰ৷
ঘটনাৰ স্থান বজালী বৰপেটা জিলাৰ সীমান্তবৰ্তী ফিঙুৱাত৷
যুৱক দুজনৰ নাম ছাইফুল ইছলাম (১৫)আৰু আন এজনৰ নাম মেহেবুব হুছেইন (১৮)
ইতিমধ্যে যুৱক দুজনক সৰ্থেবাৰী আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।