GNEWS 365 Digital

GNEWS 365 Digital ৰাইজৰ স্বাৰ্থত ৰাইজৰ কাষত

13/06/2026

🔵চন্দ্ৰ সূৰ্য্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব।

🔵চৰ-চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি, তেওঁলোকে লিখিলে লিখক নিলিখিলে নিলিখিব, ঘৰত যদি অসমীয়া নকয়,লিখিলে কি হ'ব।

- মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা

07/06/2026

▶️ ১ কোটি টকাৰ পৰা ১.৫ কোটি টকালৈ বৃদ্ধি বিধায়ক উন্নয়ন পুঁজি।
▶️ অহা বছৰ ১ এপ্ৰিলৰ পৰা ২ কোটি টকালৈকে বৃদ্ধি পাব এই পুঁজি।

👉 কেবিনেটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।

06/06/2026

▶️ হাউলীত বৃহত বেটাৰী চু* ৰি চক্ৰ উৎখাত।

▶️ 825 টা চো* ৰাং বেটাৰী জব্দ কৰে হাউলী আৰক্ষীয়ে।

▶️ হাউলীৰ যশীহাটী পাৰাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই চো* ৰাং বেটাৰী সমুহ।

04/06/2026
21/05/2026

চতুৰ্থ বাৰৰ বাবে অসম বিধানসভাৰ বিধায়ক হিচাপে শপত গ্ৰহণ শ্বেৰমান আলী আহমেদৰ।

16/05/2026

📌 হাউলীৰ কুমুল্লীপাৰা খন্দকাৰপাৰত নীতি বৰ্হিভূত ভাৱে চলিছে পশুধনৰ বজাৰ।
📌 চৰকাৰী অনুমোদন নোলোৱাকৈ চলিছে এই বজাৰ।।
GNEWS 365 Digital

10/05/2026

08/05/2026

📌 কৰাৰকুৰ বেঁকী দলঙৰ মেৰামতিৰ কাম জুন মাহত সম্পন্ন হোৱাৰ আশ্বাস 'Sicon Pvt Limited'ৰ বিষয়ববীয়াৰ।

07/05/2026

▶️ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান।

▶️ আৰক্ষীৰ এই অভিযানত গ্ৰেপ্তাৰ মাছুদ জিন্নুল আহমেদ নামৰ দু* ধ* ৰ্ষ চাইবাৰ অপৰাধী।

▶️ আৰক্ষীৰ অভিযানত জব্দ ৬০ খনতকৈ অধিক ATM কাৰ্ড, ৫০ টাতকৈ অধিক মোবাইল ফোন, কেবাটাও পাচবুক আৰু নগদ পাঁচ লাখ টকা।

02/05/2026

▶️ এজাক বৰষুণতে একাঠু পানী।
▶️ দৃশ্য জনীয়া বজাৰৰ ২নং বিকল্প ৰাজ্যিক ঘাইপথৰ।
▶️ ব্যৱসায়ত ক্ষতিৰ সন্মুখীন হৈছে দোকানী।
▶️ শীঘ্ৰে বিজ্ঞান সন্মত ভাৱে নলা নিৰ্মাণৰ দাবী দোকানী ব্যৱসায়িৰ।

Address

Baniarapara Garemari Bazar
Barpeta
781314

Website

Alerts

Be the first to know and let us send you an email when GNEWS 365 Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share