D News Express 365

D News Express 365 ন্যায়ৰ পক্ষত সত্যৰ সন্ধানত

02/11/2025
02/11/2025

গোলকগঞ্জৰ আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত গংগাধৰ নৈৰ গৰাখহনীয়া । ভাঙিছে বহু লোকৰ সপোনৰ ঘৰ। স্থানীয় বিধায়কৰ লগতে খবৰ নাই জিলা প্ৰশাসনৰ। এই দৃশ্য উত্তৰ মৰাগদাধৰ শিঙিমাৰী।

29/10/2025

⭕ কলগাছিয়াৰ খাৰবাল্লি গাঁৱত বেকী নৈৰ খহনীয়াৰ কালৰূপ, সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ
⭕ নৈৰ বুকুত জাহ গৈছে খাৰবাল্লি গাঁৱৰ বহু পৰিয়ালৰ ভেটি-মাটি, কৃষিভূমি

👉২ নং বিকল্প ৰাজ্যিক ঘাইপথ বেকী নদীৰ ওপৰত দলংখনৰ মাজভাগত খুটি এটা তললৈ বহি যোৱাৰ ফলত হালি গৈছে । তললৈ বহি গৈছে বেঁকী নৈৰ...
09/10/2025

👉২ নং বিকল্প ৰাজ্যিক ঘাইপথ বেকী নদীৰ ওপৰত দলংখনৰ মাজভাগত খুটি এটা তললৈ বহি যোৱাৰ ফলত হালি গৈছে । তললৈ বহি গৈছে বেঁকী নৈৰ ওপৰৰ আৰ চি চি দলং।
👉দুই চকীয়া চাৰিচকীয়া বাহন প্ৰশাসনে বন্ধ কৰিছে।

07/10/2025

এশ টকাই ভাগ্য সলানী কৰিব পাৰে আপোনাৰ
১০০ টকাত ভাগ্য উদয় হব পাৰে আপোনাৰ

বৰপেটা জিলাৰ কলগাছিয়াত হেল্পলাইন ফাউণ্ডেশ্বনৰ বহুমুখী প্রকল্প ৰূপায়ণৰ সাহাৰ্য্যাৰ্থে উপহাৰ কুপনৰ খেল অহা ৬ ডিচেম্বৰ তাৰিখে খেল খন কলগাছিয়াত অনুষ্ঠিত কৰা হব ।।

03/10/2025

কলগাছিয়াৰ জনতা বজাৰত চুৰি হোৱা গেছ ছিলিণ্ডাৰৰ ৰমৰমীয়া বেহা।

বৰপেটা জিলাৰ অন্তৰ্গত জনতা গাওঁৰ নুৰুদ্দিন বেগ আৰু ছাইফুল বেগৰ বিৰুদ্ধে চুৰ কৰি অনা চোৰৰ পৰা গেছ ছিলিণ্ডাৰৰ বেহা চলাই আছে বুলি স্থানীয় যুৱক সকলে এক বৃহৎ অভিযোগ উত্থাপন কৰিছে।

03/10/2025

বৰপেটা জিলাৰ কলগাছিয়া উন্নয়ন খণ্ডৰ অধীনত ২৩ লাখৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা উক্ত কেন্দ্ৰটোত দৰ্জা , খিৰিকী, আৰু ভেটিৰ নামত ব্যাপক কেলেংকাৰী হোৱা বুলি স্থানীয় যুৱক তথা ৰাইজে অভিযোগ উত্থাপন কৰিছে।

03/10/2025

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ আজি প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে কলগাছিয়াৰ মন্দিয়া সমষ্টি ভিত্তিৰ মূখ্য কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱসত দলীয় পতাকা উত্তোলন কৰে।

তেনেহলে ইয়াক কত ৰাখিব লাগিব মোৰ মতে গোহালীত আৰু আপোনালোকৰ................ Comment ত জনাব।
02/10/2025

তেনেহলে ইয়াক কত ৰাখিব লাগিব মোৰ মতে গোহালীত আৰু আপোনালোকৰ................ Comment ত জনাব।

01/10/2025

মই আপোনালোকৰ বোৱাৰী..মোক কেতিয়াও এৰি নিদিব আপোনালোকে"

👉 "যোৰহাটলৈ জুবিনক আনিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছোঁ"

👉 যোৰহাটত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ।

27/09/2025

কলগাছিয়াত বৰষুণৰ দৃশ্য।

24/09/2025

ৰঙিয়াৰ সমিপৰ ধূলাবড়ীত

ৰিলায়েন্স জিঅ্ গ্ৰাহকৰ হাহাকাৰ।

অতিষ্ঠ গাঁৱৰ ৰাইজ ।

আমাৰ আটাইৰে মৰম শিল্পী, অসমৰ নৱপ্ৰজন্মৰ হাৰ্ট'থ্ৰব *প্ৰয়াত জুবিন গাৰ্গ* দেৱৰ মৃত্যুৰ স্মৃতিৰ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ খিনিও চাব পৰা নাই এইখন গাঁৱৰ ৰাইজে।

Address

Monser Market Building, Kalgachia Under Barpeta Distric
Barpeta
781319

Telephone

+919707680205

Website

Alerts

Be the first to know and let us send you an email when D News Express 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to D News Express 365:

Share