Jania Express

Jania Express � Jania Express 24×7
জনতাৰ কণ্ঠ, সঁচা বাতৰি
� জনীয়াৰ পৰা ৰাষ্ট্ৰলৈ
� দ্ৰুত | নিৰ্ভীক | নিৰপেক্ষ
(12)

🛑 জনীয়াত গো-মাংস বিক্ৰীৰ অভিযোগত প্ৰশাসনৰ অভিযান, ছীল দুখনকৈ হোটেল।🛑 অভিযান কালত দুখন হোটেলৰ পৰা জব্দ প্ৰায় ৫৫ কেজি সন...
24/09/2026

🛑 জনীয়াত গো-মাংস বিক্ৰীৰ অভিযোগত প্ৰশাসনৰ অভিযান, ছীল দুখনকৈ হোটেল।
🛑 অভিযান কালত দুখন হোটেলৰ পৰা জব্দ প্ৰায় ৫৫ কেজি সন্দেহজনক গো-মাংস। জব্দকৃত মাংস গাতত পুতি পেলালে প্ৰশাসনে।
.

🛑 দেশত কঁপনি তুলি CJP ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ ঘোষণা🛑 Election commission ঠিক কৰোঁ কাইলৈ দিল্লীত গুৰুত্বপূৰ্ণ সংবাদমে...
24/09/2026

🛑 দেশত কঁপনি তুলি CJP ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ ঘোষণা
🛑 Election commission ঠিক কৰোঁ কাইলৈ দিল্লীত গুৰুত্বপূৰ্ণ সংবাদমেল জ্ঞানেশ কাম শেষ, ভাই

24/09/2026

🛑 ৮ লাখ টকা ধাৰ দি এতিয়া অসহায় মহিলা! অভয়াপুৰীত চাঞ্চল্যকৰ অভিযোগ
🛑 ময়নাল হকৰ বিৰুদ্ধে ৮ লাখ টকা ঘূৰাই নিদিয়াৰ অভিযোগ
🛑 টকা বিচৰাৰ পিছতে ভুৱা এজাহাৰৰ অভিযোগ
🛑 আৰক্ষীৰ তদন্তৰ নামত মানসিক হাৰাশাস্তিৰ অভিযোগ
🛑 নাবালক ল’ৰা-ছোৱালীকো হাৰাশাস্তি কৰাৰ অভিযোগ
🛑 ন্যায় নাপালে আদালতৰ কাষ চাপিব মৰমী বেগম

🛑 'কিহৰ সাংবাদিকৰ নাম লাগে আপোনাক'?🛑 প্ৰশ্ন কৰা সাংবাদিকৰ নাম সুধি অভদ্ৰামী কৰিছে মুখ্যমন্ত্রীয়ে?সাংবাদিক প্রীতিয়ে ফেচবু...
24/09/2026

🛑 'কিহৰ সাংবাদিকৰ নাম লাগে আপোনাক'?
🛑 প্ৰশ্ন কৰা সাংবাদিকৰ নাম সুধি অভদ্ৰামী কৰিছে মুখ্যমন্ত্রীয়ে?
সাংবাদিক প্রীতিয়ে ফেচবুকত উজাৰিলে পোস্ট

23/09/2026

🛑 বদৰুদ্দিন আজমলৰ আহ্বান—বহিঃৰাজ্যত থকা বন্ধু-বান্ধৱীক ভোটৰ দিনা ঘৰলৈ আহি সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ।
🛑 “আপোনাৰ এটা মূল্যৱান ভোটে সমাজলৈ আনিব পাৰে ইতিবাচক পৰিৱৰ্তন” — বদৰুদ্দিন আজমল
Maulana Badruddin Ajmal

22/09/2026

🔴নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য।

তেওঁ কয় যে, ভোটদানৰ সময়ত ইভিএমত ভোট দিয়াৰ পূৰ্বে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ মমতাজ বেগম আৰু জাহানাৰা বেগমৰ বিষয়টো ভোটাৰসকলে মনত ৰখা উচিত। তেওঁৰ দাবী অনুসৰি, তেওঁলোকক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল।

🔴ইয়াৰ লগতে তেওঁ ভোটাৰসকলক এনে এগৰাকী ব্যক্তিক সমৰ্থন কৰিবলৈ আহ্বান জনায়, যিয়ে তেওঁলোকৰ সন্তান-সন্ততিৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে কাম কৰিব পাৰে।

🔴আনহাতে, মৰিগাঁও জিলাৰ খাইৰুল ইছলামৰ বিষয়টোও তেওঁ উত্থাপন কৰে। তেওঁৰ বক্তব্য অনুসৰি, ২০২৫ চনত খাইৰুল ইছলামক বিদেশী হিচাপে পিছলৈ ঠেলি দিয়া হৈছিল, অথচ তেওঁ এগৰাকী চৰকাৰী শিক্ষক আছিল।
🔴
তেওঁ প্ৰশ্ন কৰে—এগৰাকী চৰকাৰী শিক্ষক কেনেকৈ বিদেশী হ’ব পাৰে? এই ঘটনাক তেওঁ ভাৰত চৰকাৰৰ গৃহ বিভাগৰ ফালৰ পৰা হোৱা এক গুৰুতৰ গাফিলতি বুলি অভিহিত কৰে।

হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে ভোটাৰসকলক ভোটদানৰ সময়ত খাইৰুল ইছলামৰ নামো মনত ৰাখিবলৈ আহ্বান জনায়।

তেওঁ লগতে কয় যে, সংবিধানে প্ৰদান কৰা ভোটাধিকাৰৰ জৰিয়তে ন্যায়ৰ দাবী উত্থাপন কৰা হৈছে।

22/09/2026

🛑 যোৱা কালি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ
🛑 হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল বস্ত্ৰনগৰী শুৱালকুছি

21/09/2026

🛑 নগাঁও লোকসভাৰ উপ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ নোপোৱাৰ পিছত মমতা বেনাৰ্জীৰ মন্তব্য
🛑 আপুনিও শুনকচোন এবাৰ কি ক'লে মমতা বেনাৰ্জীয়ে
#এস Sherman Ali Ahmed

🛑 প্রথমটো জুবিন দিৱসে দি গঢ়িলে অভিলেখ🛑 প্রায় ৭ লক্ষাধিক লোকেৰে ভৰি পৰিল জুবিন ক্ষেত্র
21/09/2026

🛑 প্রথমটো জুবিন দিৱসে দি গঢ়িলে অভিলেখ
🛑 প্রায় ৭ লক্ষাধিক লোকেৰে ভৰি পৰিল জুবিন ক্ষেত্র

🛑 আপুনিও আচৰিত হ'ব!🛑 জুবিন দিৱসৰ দিনা বৰপেটাত আজৱ ঘটনা।🛑 জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিৰ পৰা ওলাল চকুলো।      সোফালৰ চকুৰে নি...
21/09/2026

🛑 আপুনিও আচৰিত হ'ব!
🛑 জুবিন দিৱসৰ দিনা বৰপেটাত আজৱ ঘটনা।
🛑 জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিৰ পৰা ওলাল চকুলো।
সোফালৰ চকুৰে নিগৰি আহিল দুধাৰি চকুলো।

Address

Jania
Barpeta
781314

Alerts

Be the first to know and let us send you an email when Jania Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share