Newz Plus 365

Newz Plus 365 সত্য আৰু ন্যায়ৰ সন্ধানত।

22/08/2026

📌বৰপেটা জিলাৰ পুৰণি বাঘবৰ সমষ্টি তথা বৰ্তমানৰ চেঙা সমষ্টিত ৮০তম স্বাধীনতা দিৱস উপলক্ষে সত্ৰকণৰা-মানিকপুৰ মিলন বজাৰ যুৱ সমাজৰ উদ্যোগত অহা ২৯ আৰু ৩০ আগষ্টত মানিকপুৰ পাৰঘাটত বিৰাট নাওঁ খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
📌প্ৰতিযোগিতা খনত প্ৰথম পুৰস্কাৰ হিচাপে ৮০,১০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৬০,১০০ টকা ধাৰ্য কৰা হৈছে। নাওঁ ভৰ্তিৰ মাচুল মাত্ৰ ৭,১০০ টকা।
📌যোগাযোগবাবেঃ9954434338,9101679487,9365355921,9954636918 আৰু 9957704281 নম্বৰত।

19/08/2026

👇মন্দিয়াৰ কাদংত ৫ বছৰীয়া শিশুক ধৰ্ষণ।
👇অভিযুক্তক ফাঁচীৰ দাবীত ৰাজপথত শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

19/08/2026

📌বৰপেটা জিলাৰ কাদং গাঁৱত ৫ বছৰীয়া এগৰাকী নাবালিকা শিশুক ধৰ্ষণ কৰা ঘটনাক লৈ ছাত্ৰ মুক্তিৰ প্ৰতিক্ৰিয়া।

16/08/2026

📌৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মন্দিয়াৰ দাপনাসিংত প্ৰাইজমানি কেৰম খেল প্ৰতিযোগিতা
📌৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মন্দিয়াৰ দাপনাসিংত আয়োজন কৰা হৈছে এক প্ৰাইজমানি কেৰম খেল প্ৰতিযোগিতা।
📌খেলখন উদ্যোধন কৰে মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাইনা দাসে

15/08/2026

📌মন্দিয়াত জাক-জমকতাৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
📌মন্দিয়াৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে আৰোহন জাতীয় বিদ্যালয়তো আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস জাক-জমকতাৰে উদযাপন কৰা হয়।
📌স্বাধীনতা দিৱসৰ পৱিত্ৰ উপলক্ষে পুৱা জাতীয় পতাকা উত্তোলনৰ পূৰ্বে দেশৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

13/08/2026

📌বৰপেটাৰ মন্দিয়া - দিঘীৰপাম সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা।

11/08/2026

📌বৰপেটাৰ বামুনদংৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
📌এগৰাকী ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে।

11/08/2026

📌গ্ৰাহক ৰাইজলৈ এই ভাল খবৰটো লৈ আহিছে মায়াবিনী শীৰ্ষক NOTE BOOK ষ্টলে।
📌মন্দিয়াৰ কপোহা চʼক বজাৰত নতুনকৈ মুকলি হৈছে এই মায়াবিনী শীৰ্ষক BOOK ষ্টল খন ।
📌কপোহা গাঁৱৰ উদীয়মান যুৱক জিয়াৰুল হকৰ প্ৰচেষ্টাই এতিয়া গ্ৰাহক ৰাইজক দিব বৃহৎ সকাহ।
📌প্ৰয়োজনীয় সামগ্ৰী সমূহ পাইকাৰী আৰু খুচুৰা ক্ৰয়ৰ বাবে গ্ৰাহক ৰাইজে স্বত্বাধিকাৰীৰ 98642 47294 আৰু 83990 17454 এই ফোন নম্বৰ দুটিত আগতীয়াকৈ যোগাযোগ কৰক।

07/08/2026

📌বৰপেটা জিলাৰ মন্দিয়াত সংঘটিত হৈছে এক শোকাবহ ঘটনা।
📌বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এজন ৩৫ বছৰীয়া যুৱকৰ।

06/08/2026

📌বৰপেটাৰ মন্দিয়াৰ ২নং চাছৰা ৫৩ নং অংগনবাডী কেন্দ্ৰত ব্যাপক অনিয়মৰ অভিযোগ
📌চৰকাৰী খাদ্য সামগ্ৰী বিতৰণত অনিয়ম আৰু আত্মসাতৰ অভিযোগত উত্তাল পৰিস্থিতি
📌অভিভাৱকৰ তীব্ৰ প্ৰতিবাদ, বিভাগীয় তদন্তৰ দাবী
📌কেন্দ্ৰত নহয়,ব্যক্তিগত বাসগৃহত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ

Address

Barpeta
781308

Telephone

+917002335133

Website

Alerts

Be the first to know and let us send you an email when Newz Plus 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share