ASSAM NOW

Directions

ASSAM NOW সদায় আপোনাৰ পক্ষত...
Always On Your Side...

📌 হাউলী চহৰৰ UCO বেংকৰ সম্মুখৰ নাৰায়ণ পথত থকা 'অনিমা ক‌ম্প্লেক্স'ত দোকানৰ বাবে কোঠা খালী আছে ।📌 ইচ্ছুকসকলে গৰাকীৰ লগত য...
09/10/2026

📌 হাউলী চহৰৰ UCO বেংকৰ সম্মুখৰ নাৰায়ণ পথত থকা 'অনিমা ক‌ম্প্লেক্স'ত দোকানৰ বাবে কোঠা খালী আছে ।
📌 ইচ্ছুকসকলে গৰাকীৰ লগত যোগাযোগ কৰিব পাৰিব : 9706502234 / 9435321029

#হাউলী #ভাড়া

09/10/2026

📌 ৰাজহাউলি হাউলীৰ প্ৰথমখন দুৰ্গা পূজাৰ শুভ মহালয়াৰ প্ৰস্তুতি তুংগত

📌 হাউলীৰ ঐতিহ্যমণ্ডিত মধ্যবজাৰ সাৰ্বজনীন দুৰ্গা পূজাই এইবেলি শতবৰ্ষ পূৰ্ণ কৰিব
#হাউলী #দুৰ্গা #মহালয়া

সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বৰপেটা ৰোডৰ চেন্ট মেৰীজ হাইস্কুলত অনুষ্ঠিত হোৱা সমষ্টিভিত...
09/10/2026

সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বৰপেটা ৰোডৰ চেন্ট মেৰীজ হাইস্কুলত অনুষ্ঠিত হোৱা সমষ্টিভিত্তিক কুইজ প্ৰতিযোগিতাত হাউলীৰ হʼলি চাইল্ড ইংলিছ একাডেমীৰ ছাত্ৰ ছায়ন সৌভিক দাস আৰু জুমন চম্পক নাথে মাধ্যমিক শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰি জিলা পৰ্যায়ৰ প্ৰতিযোগিতালৈ উন্নীত হয় ।
#হাউলী

08/10/2026

💥 হাউলী পদ্মাৱতী কৃষক পুথিভঁৰালত তিনিদিনীয়াকৈ লক্ষ্মীপূজা উদযাপন কৰা হ'ব 💥 ২৫, ২৬ আৰু ২৭ অক্টোবৰত বিভিন্ন বৰ্ণাঢ্য কাৰ্...
08/10/2026

💥 হাউলী পদ্মাৱতী কৃষক পুথিভঁৰালত তিনিদিনীয়াকৈ লক্ষ্মীপূজা উদযাপন কৰা হ'ব
💥 ২৫, ২৬ আৰু ২৭ অক্টোবৰত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰা হ'ব উদযাপন
#হাউলী

08/10/2026
08/10/2026

হাউলীৰ হালাপাকুৰি গাঁৱলৈ আহি আছে মৰ্মিতা মিত্ৰ...

#হাউলী #লক্ষীপূজা #মৰ্মিতামিত্ৰ

06/10/2026

কিমান নিৰ্দয়, নিষ্ঠুৰ !

05/10/2026

উচ্চতম ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ ।

অসম চৰকাৰৰ উদ্যোগত আৰু বৰপেটা জিলা আয়ুক্তৰ তত্বাৱধানত কাইলৈ বিশেষজ্ঞ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব‌ : 📅 ৫ অক্টোবৰ, ২০২৬📍 হা...
04/10/2026

অসম চৰকাৰৰ উদ্যোগত আৰু বৰপেটা জিলা আয়ুক্তৰ তত্বাৱধানত কাইলৈ বিশেষজ্ঞ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব‌ :

📅 ৫ অক্টোবৰ, ২০২৬
📍 হাউলী জুনিয়ৰ কলেজ, হাউলী

শিবিৰত MBBS আৰু AYUSH চিকিৎসকৰ লগতে স্ত্ৰী আৰু প্ৰসূতি, নাক-কাণ-ডিঙি, অস্থি, শিশু, চকু, মানসিক স্বাস্থ্য আৰু ছালৰোগৰ বিশেষজ্ঞ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব।

অসংক্ৰমণীয় ৰোগৰ স্বাস্থ্য পৰীক্ষা, জন্ম-মৃত্যু আৰু দিব্যাংগতা প্ৰমাণপত্ৰৰ সেৱা আৰু PM-JAY e-KYCৰ সুবিধাও উপলব্ধ থাকিব ।

Address

Barpeta
781318

Website

Alerts

Be the first to know and let us send you an email when ASSAM NOW posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share