DB Axom

DB Axom সত্যৰ সন্ধানত ৰাইজৰ পক্ষত । আপোনাৰ অঞ্চলৰ বাতৰি চাবলৈ DB Axom Follow কৰি ৰাখক।

09/08/2023

অসম মেঘালয় সীমান্তৱৰ্তী লংটুৰি পাহাৰৰ বকো লাম্পী পথ মেৰামতিৰ দাবীত তীব্ৰ প্ৰতিবাদ ৷
গাৰো আৰু নেপালী সম্প্ৰদায়ৰ শতাধিক পাহাৰীয়া ৰাইজে পথচোৱাত কৰে প্ৰতিবাদ।

06/08/2023

ৰূপহীহাটত তিনি খন গৰু ভৰ্তি বাহন জব্দ।
ৰূপহীহাটৰ বৰতলৰ নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ পৰা জব্দ কৰে গৰু ভৰ্তি বাহন কেইখন।

06/08/2023

ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ ৭৭ নং তিতাপানী অঙ্গনবাৰী কেন্দ্ৰত চলিছে ব্যপক অনিয়ম।
বহু দিনৰ পৰাই ৭৭ নং তিতাপানী অঙ্গনবাৰী কেন্দ্ৰ কেন্দ্ৰৰ কৰ্মী চানিয়াৰা তালুকদাৰে উক্ত কেন্দ্ৰত চলাই আহিছে মৈমতালি।

06/08/2023

গৌৰিপুৰ দুমৰদহ কাণ্ডৰ মূল ৫ অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ।

05/08/2023

বিশুদ্ধ খোৱা পানীৰ বাবে বকোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ।

05/08/2023

জুৰীয়া বজাৰৰ মাজমজিয়াত খহি পৰিল এডাল বিদ্যুৎ পৰিবাহী তাৰ।
এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে দুজন লোকৰ।

05/08/2023

GFX মাৰ্ঘেৰিটাৰ চেইন্ট জেমছ স্কুল কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বহীনতা।
মাৰ্ঘেৰিটাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ চেইন্ট জেমছ স্কুলৰ চূড়ান্ত দ্বায়িত্বহীনতাই সকলোৰে চকু কপালত তুলিছে ।

05/08/2023

গোৰীপুৰ চুপাৰ মাৰ্কেটত ভয়ংকৰ পথ দুৰ্ঘটনা।
চোৰাং গৰু কঢ়িয়াই লোৱা তীব্ৰ বেগী চাৰিচকীয়া বাহন দুৰ্ঘটনা গ্ৰস্ত।

Address

Barpeta, India
Barpeta
781308

Telephone

+916002037628

Website

Alerts

Be the first to know and let us send you an email when DB Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DB Axom:

Share