08/09/2026
ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
📌বান পৰিস্থিতি আৰু লোকপিয়লৰ বাবে পাঠদান ব্যাহত হোৱাত পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত
📌নির্দিষ্ট সময়ত সম্পূর্ণ নহ'ব পাঠদান