Easy Man Jakir

Easy Man Jakir video creator
(2)

সকলোৱে 5 চেকেণ্ড উলিয়াই  ✊️ লিখক.
15/10/2025

সকলোৱে 5 চেকেণ্ড উলিয়াই ✊️ লিখক.

06/10/2025
03/10/2025

Baby Shower Cap লগাই বেবিটোক গা ধুৱাই আছে,যাতে কানত পানী সোমাব নোৱাৰে,এই বুদ্ধিটো মোৰ বহুত ভাল লাগিছে,
সকলোৱে ভিডিওঁটো শ্বেয়াৰ কৰক যাতে এনেকৈ Baby Shower Cap লগাই বেবিবোৰক গা ধুৱাই দিব পাৰিব,সহজ বুদ্ধি....
゚viralvideo

03/10/2025

এই বেবিটোৱে উশাহ-নিশাহ লবলৈ বহুত কষ্ট হৈছে,টকা পইচা নালাগে,নিজৰ সন্তান হিচাপে সকলোৱে আশীর্বাদ কৰক যাতে এই বেবিটো ভাল হয়....
゚viralvideo

03/10/2025

i miss you জুবিন দা....
জুবিনদাক ভালপোৱা সকলে ভিডিওঁটো আগলৈ শ্বেয়াৰ কৰক...

02/10/2025

বাংলাদেশৰ শিল্পীজনে মায়াবিনি গানটো গাই জুবিনদাক শ্রদ্ধাঞ্জলি জনালে,
ভিডিওঁটো শ্বেয়াৰ কৰক...

চিজাৰিয়ান কৰিছে নেকি আপুনি..? বা কৰাৰ প্লেন আছে নেকি ? ৰ'ব এবাৰ পঢ়ি লওঁকচোন। ছিজাৰিয়ান মানে,সন্তান জন্মৰ পিছৰ পৰা এগৰাক...
02/10/2025

চিজাৰিয়ান কৰিছে নেকি আপুনি..? বা কৰাৰ প্লেন আছে নেকি ? ৰ'ব এবাৰ পঢ়ি লওঁকচোন।

ছিজাৰিয়ান মানে,সন্তান জন্মৰ পিছৰ পৰা এগৰাকী মা মৃত্যুৰ আগ মুহূৰ্ত লৈকে প্ৰতিবন্ধী হৈ জীয়াই থাকে……।

ছিজাৰিয়ানত কিহৰ কষ্ট,কেৱল পেট হে কাটে,
৭ টা পর্দা কাটি কেচুৱাটোক পৃথিৱীলৈ কঢ়িয়াই আনে…।

হয়তো চিজাৰিয়ান কৰাৰ আগত এ্যানেসথেসিয়াৰ দ্বাৰা বুজি পোৱা নাযায় পেট কটাটো,আধা ঘন্টাৰ ভিতৰত ৩ টা ছ্যালাইন শেষ হয়…।

কিন্তু মোটা ছিৰিঞ্জৰে দিয়া ইনজেকশ্বনৰ বিষত গোটেই জীৱন কষ্ট কৰিবলগীয়া হয়,কেতিয়াবা অবস হৈ থাকে আকৌ কেতিয়াবা বহি থাকিলে উঠিব পৰা নাযায়,গধুৰ ওজনৰ বস্তু লৰচৰ কৰিব বা দাঙিব পৰা নাযায়,তথাপিওঁ নাৰীসকলে কাম কৰিবলৈ চেষ্টা কৰে…। কৰিব লাগিব যিহেতু তেওঁলোক নাৰী......…।

বিশ্বাস কৰক যেতিয়া পেট কটাৰ বিষ আৰম্ভ হয়, তেতিয়া এটা গল কটা মুর্গীৰ নিচিনা ছটফট কৰিব লগা হয়…।আপোনজনক এৰি পোস্ট অপাৰেটিভ ৰুমত থাকিব লগা হয়,২৪ ঘন্টাত ২৪ টা ছ্যালাইন চলি থাকে,আৰু ইনজেকশ্বনৰ কটা ঠাইত কিমান যে কষ্ট পোৱা যায়,তাৰ লগত শৰীৰ খজুৱাই,
শৰীৰত কপনি উঠে…। হাতত ছ্যালাইন চলি থাকে, যৌনাংগৰ ৰাস্তাদি কিমান যে ৰক্তপাত ওলাই থাকে.....…।

তাৰ পিছতো যদি মৃত্যুকো হাৰ মানি আহি শুনিব লগা হয়,ছিজাৰিয়ান কৰি সন্তান ওলোৱা হল,আৰু কিহৰ কষ্ট......…।

বিদ্র=নাৰীক সন্মান কৰক,নিজৰ স্ত্রীক অৱহেলা
নকৰিব,এনেদৰে জন্ম দিয়া নাৰীসকলে
ভৱিষ্যতে বহুত কষ্টৰে জীৱন কটাব লগা
হয়।

এই লিখনিটো শ্বেয়াৰ কৰিব যাতে কোনো দম্পতী সজাগ হ'ব পাৰে আপোনাৰ এটি মুল্যৱান শ্বেয়াৰৰ দ্বাৰা…!

জুবিনদাৰ আধৰুৱা কামবোৰ আমি সকলোৱে সম্পুর্ন কৰিব লাগিব,
01/10/2025

জুবিনদাৰ আধৰুৱা কামবোৰ আমি সকলোৱে সম্পুর্ন কৰিব লাগিব,

01/10/2025

চাওঁক আপোনালোকে mango juice ৰ সলনি কি খাইছে,নানান ধৰনৰ ৰং,মাত্র অকন মান আমৰ ৰস দিয়ে.এইবোৰ খালে বেমাৰ হব.
ভিডিওঁটো যিমান পাৰে শ্বেয়াৰ কৰক.
゚viralvideo #পষ্টটো_যিমান_পাৰে_শ্বেয়াৰ_কৰি_দিয়ক

অনুগ্ৰহ কৰি কাৰোবাৰ চিনাকি যদি খবৰ টো দিয়ক তেওঁলোকৰ ঘৰৰ মানুহক 👏🏾ডিব্ৰুগড় বৰবৰুৱা থানাত খবৰ কৰক।তেওঁলোকৰ মৃতদেহ বৰবৰুৱা...
01/10/2025

অনুগ্ৰহ কৰি কাৰোবাৰ চিনাকি যদি খবৰ টো দিয়ক তেওঁলোকৰ ঘৰৰ মানুহক 👏🏾
ডিব্ৰুগড় বৰবৰুৱা থানাত খবৰ কৰক।
তেওঁলোকৰ মৃতদেহ বৰবৰুৱা স্বাস্থ্য কেন্দ্ৰত ৰখা হৈছে।

ডিব্ৰুগড়ৰ চেঁচা মৈদামৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাত এই দুজন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী কিশোৰী গুৰুতৰ ভাৱে আহত হৈছে । নিহত আৰু আহত সকলৰ পৰিচয় জানিব পৰা হোৱা নাই । আজি পুৱা নিয়ন্ত্ৰণ হেৰুৱাই AS 04 S 5355 নম্বৰৰ এখন বিলাসী বাহন ডিব্ৰুগড় চেঁ‌চাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ' খাৱৈত সোমাই পৰে । যাৰ ফলত দুজনৰ মৃত্যু হয়।
( #পষ্টটো_যিমান_পাৰে_শ্বেয়াৰ_কৰি_দিয়ক..🙏🏾)
Copied from Bandita gogoi..

゚viralvideo

01/10/2025

টকা পইচা নালাগে,নিজৰ সন্তান হিচাপে আশীর্বাদ টো কৰিব পাৰিব ন,প্লিজ সকলোৱে আশীৰ্বাদ কৰক যাতে এই ছোৱালীজনী সোনকালে ভাল হয়.সকলোৱে শ্বেয়াৰ কৰক,

জোনাক নিশাৰ নিৰিবিলি পোহৰত ঘাঁহনি এডৰাৰ সানিদ্ধ্যত,তোমাৰ কান্ধত মূৰ ৰাখিজোনবাই চোৱাৰ আমেজ সুকীয়া,তাতে তোমাৰ হাতৰ চেঁচা ...
30/09/2025

জোনাক নিশাৰ নিৰিবিলি পোহৰত ঘাঁহনি এডৰাৰ সানিদ্ধ্যত,তোমাৰ কান্ধত মূৰ ৰাখি
জোনবাই চোৱাৰ আমেজ সুকীয়া,তাতে তোমাৰ হাতৰ চেঁচা পৰশ,তোমাৰ চকুযোৰিৰ গভীৰতাত
নিজকে তোমাতে বিলীন কৰি পাওঁ❤

Address

Barpeta
781308

Telephone

+918638974809

Alerts

Be the first to know and let us send you an email when Easy Man Jakir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Easy Man Jakir:

Share