MTV Express 24×7

MTV Express 24×7 সদায় সত্য আৰু ন্যায় সন্ধানত MTV EXPRESS news

অসম জাতীয় পৰিষদ, বৰপেটা জিলা সমিতিৰ নৱনিৰ্বাচিত কাৰ্য্যকৰী সভাপতি চহিদুল ইছলামক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
25/12/2024

অসম জাতীয় পৰিষদ, বৰপেটা জিলা সমিতিৰ নৱনিৰ্বাচিত কাৰ্য্যকৰী সভাপতি চহিদুল ইছলামক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

25/12/2024

বৰপেটাৰ SP হোটেল,ৰেষ্টুৰেন্ট আৰু জুৱা খেলৰ পৰা ধন সংগ্ৰহ কৰে বুলি SP ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।
মূখ্যমন্ত্ৰী গো- মাংস হোটেল ৰেষ্টুৰেন্টত নিষিদ্ধ কৰাত মুখ্যমন্ত্ৰীৰ ভায়েকে তথা বৰপেটা জিলাৰ SP সঁচাই ধন সংগ্ৰহত নামিছে নেকি?

19/12/2024

বুধবাৰে গুৱাহাটীত এটি ৰাজনৈতিক দলে 'ৰাজভৱন চলো' কাৰ্যসূচী ৰূপায়নৰ সময়ত সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাত বহু কেইগৰাকী সাংবাদিক আহত হয় । তাৰেই প্ৰতিবাদত আজি পুৱা ১০ বজাত বৰপেটা জিলাৰ জনীয়া প্ৰেছ ক্লাৱৰ সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে । জনীয়া প্ৰেছ ক্লাৱৰ অস্থায়ী কাৰ্যালয়ৰ সন্মুখত জনীয়াৰ সাংবাদিক সকলে কৰে এই প্ৰতিবাদ । আৰক্ষী প্ৰশাসনে সাংবাদিকৰ ওপৰত চলোৱা স্বৈৰাচাৰিতাক এক মুখে ধিক্কাৰ দিয়ে । লগতে তেনে বৰ্বৰতাৰ তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনায় । তদুপৰি ভৱিষ্যতে যাতে সাংবাদিকৰ ওপৰত তেনে ধৰণৰ কোনো কাণ্ড সংঘটিত নহয় তাৰবাবেও চৰকাৰক সকীয়াই দিয়ে । অন্যথা জনীয়া প্ৰেছ ক্লাৱে গণতান্ত্ৰিক পদ্ধতিত প্ৰতাবাদ কৰি‌ যাব বুলি সভাপতি মইনুল হক চৌধুৰী আৰু সম্পাদক আবুল হুছেইনে জনায় ।

08/12/2024

পত্নীক গাত তেল ঢালি জুই লগাই পুৰি মাৰিলে স্বামী আলম আলীয়ে ।

আলমৰ ফাঁচীৰ দাবী জনাইছে গঞাৰাইজে।

দাবী কৰা মতে যৌতুক দিব নোৱাৰাৰ বাবেই পত্নীক গাত তেল ঢালি জ্বলাই মাৰি পেলোৱাৰ আভিযোগ স্বামী আলম আলীৰ বিৰুদ্ধে

07/12/2024

কামৰূপ ডায়েট মিৰ্জাত বিশেষ বক্তৃতা সভা

শৈক্ষিক সহোযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ, কামৰূপ ডায়েট মিৰ্জা আৰু ৰবিন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাইৰ

06/12/2024

জনীয়াত অনুষ্ঠিত হৈছে বানিজ্য মেলা । বাণিজ্য মেলা চলি থকাৰ সুযোগতে কোনোবাই আজি নিশা জুৱা চলাই থকা অৱস্থাত জুৱা খেল বন্ধ কৰে স্থানীয়লোক আৰু ভিডিপিয়ে।

06/12/2024

গো মাংস বন্ধ কৰাক লৈ ক'লে ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে ৰাজ্যৰ ৰাজহুৱা স্থানত নিষিদ্ধ কৰিছে গো মাংস

কোনো হোটেল-ৰেষ্টুৰেন্টত বিক্ৰী কৰিব নোৱাৰিব গো মাংস

এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ

জামানে চৰকাৰে অসমত কৰিবলগীয়া বহুতো কাম আছে বুলি উল্লেখ কৰে

04/12/2024

বৰপেটাত ৰাইজৰ দলৰ সংবাদমেল

মনিৰুজ জামানে ওভতি ধৰিলে কংগ্ৰেছ-বিজেপি-ইউডিএফক

বৰপেটা প্ৰেছ ক্লাবত ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানে এক সংবাদমেল সম্বোধন কৰে

07/11/2024

খৰিচালাৰ হালধীয়া পাথাৰত চলিছে মুকলিকৈ জুৱাখেল ।
জুৱাৰীয়ে আৰু অগপ দলৰ নেতাৰ কল ৰেকডিং ভাইৰেল।

06/11/2024

মেধিৰটাৰী জন প্ৰিয় ক্লাবৰ এণ্ড লাইব্ৰেৰীৰ উদ্যোগত তৃতীয় বাৰ্ষিক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আলোচনা চক্ৰৰ পৰা LIVE

Address

Www. Mtv Express. Com
Barpeta
781314

Telephone

+918811958344

Website

Alerts

Be the first to know and let us send you an email when MTV Express 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share