J R Awesome

J R Awesome hi friends ai page t tumaloke Val Val blogs and News video paba logote aru nanan entertainment

Aftadur Ali Khan Zindabad
07/04/2026

Aftadur Ali Khan Zindabad

শিক্ষা আৰু উন্নয়নৰ মাজেৰে এখন উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিবলৈ আগবাঢ়িছে Aftabur Ali Khan 🌱বিদ্যালয় আৰু কলেজৰ সুবিধা উন্নত ক...
07/04/2026

শিক্ষা আৰু উন্নয়নৰ মাজেৰে এখন উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিবলৈ আগবাঢ়িছে Aftabur Ali Khan 🌱
বিদ্যালয় আৰু কলেজৰ সুবিধা উন্নত কৰা, ডিজিটেল শিক্ষা ব্যৱস্থা শক্তিশালী কৰা আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি।
আজি লোৱা সিদ্ধান্তে কাইলৈৰ উন্নত চেঙা গঢ়ি তুলিব ✔️

Aftadur Ali khan Zindabad
07/04/2026

Aftadur Ali khan Zindabad

Aftadur Ali Khan জিন্দাবাদ।, টিভিৰ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি আশাবাদী।। #যুৱ_শক্তি_জিন্দাবাদ           #আফতাদুৰ_আলী_...
07/04/2026

Aftadur Ali Khan জিন্দাবাদ।, টিভিৰ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি আশাবাদী।।

#যুৱ_শক্তি_জিন্দাবাদ
#আফতাদুৰ_আলী_খান_জিন্দাবাদ #টিভিৰছবি

জনতাৰ জনাদেশ গোমাফুলবাৰীত আজিৰ আকৰ্ষণ...হেজাৰ হেজাৰ জাগ্ৰত জনতা আজি উন্নয়নৰ স্বাৰ্থত টিভিৰ ছবিক নেতৃত্ব দিবলৈ আগুৱাই আহ...
07/04/2026

জনতাৰ জনাদেশ
গোমাফুলবাৰীত আজিৰ আকৰ্ষণ...হেজাৰ হেজাৰ জাগ্ৰত জনতা আজি উন্নয়নৰ স্বাৰ্থত টিভিৰ ছবিক নেতৃত্ব দিবলৈ আগুৱাই আহিছে।
এয়াই প্ৰমান কৰে যে আমি শিক্ষিত যুব সমাজ। আমি কোনোবা ষ্টাৰ কেম্পেনাৰৰ কথাত ভোট নিদিয়, টকাৰ গৰমত উৰি ফুৰা হেলিকপ্তাৰ ছাই ভোট নিদিও।
চেঙা জাগিছে, যুব সমাজ জাগিছে।
আফতাদুৰ খান জিন্দাবাদ।
টিভিৰ ছবি জিন্দাবাদ।
নিৰ্দলীয়া জিন্দাবাদ।

Address

Rahampur
Barpeta
781308

Website

Alerts

Be the first to know and let us send you an email when J R Awesome posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share