DK365

DK365 সত্য , নিষ্ঠা আমাৰ লক্ষ্য
A registered web portal

28/10/2025

I got over 500 reactions on one of my posts last week! Thanks everyone for your support! 🎉

27/10/2025

কলগাছিয়াৰ Essar পেট্ৰলপাম্পত ব্যপক অনিয়মৰ অভিযোগ। পেট্ৰলৰ পৰিৱৰ্তে দমে দমে ওলাল পানী। পানী মিহলোৱা তেল ভৰাই বিকল হল বাইক। অতি শীঘ্ৰেই Essar পেট্ৰল পাম্পৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী ভূক্তভোগীৰ।

24/10/2025

বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। বিদ্যালয়ৰ ভিতৰত চলি থকা অনিয়ম আৰু দূৰ্ণীতিৰ অভিযোগ উঠিছে ছাত্ৰ-ছাত্ৰীৰ মুখে মুখে। শৈক্ষিক পৰিৱেশ পুনৰুদ্ধাৰৰ দাবীত বিভাগীয় কতৃপক্ষলৈ কাতৰ আহ্বান শিক্ষাৰ্থীসকলৰ ।

23/10/2025

তিনি সন্তানৰ মাতৃক পলুৱাই নিলে তিনি সন্তানৰ পিতৃয়ে।

19/10/2025

চৰকাৰী ঘৰৰ Geo Tag কৰাৰ নামত টকা সংগ্ৰহৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি মন্তব্য স্থানীয় ৰাইজৰ।
এই অভিযোগ উত্থাপিত হৈছিল বৰপেটা জিলাৰ গুমাফুলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 90 নং ভাতকুছি গাঁও পঞ্চয়তৰ 7 নং ৱাৰ্ড সদস্যৰ বিৰুদ্ধে।

12/10/2025

কলগাছিয়াৰ সোণাপুৰ গাঁৱৰ হায়দৰ আলী পথ দূৰ্ঘটনাত ভৰি এখন বিকল অৱস্থাত। দুই বছৰ ধৰি চিকিৎসা হৈ আছে যদি সুস্থ হোৱা নাই। এতিয়া উন্নত চিকিৎসাৰ বাবে ৫ লাখ টকাৰ প্ৰয়োজন। পৰিয়াল আৰু গাৱঁৰ ৰাইজে সহায় কৰিবলৈ আহ্বান জনাইছে।
Phone pay 6002483917

08/10/2025

জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিব
শুকুৰ আলী খেলুৱৈ হয়
খেলুৱৈ কেতিয়াও হাৰিব নোৱাৰে

CEMৰ আসন গ্ৰহণ হাগ্ৰামা মহিলাৰীৰ
05/10/2025

CEMৰ আসন গ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

02/10/2025

Breaking News-
গ্ৰেপ্তাৰ হ'ল শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত।

01/10/2025

কলগাছিয়াৰ বালিকুৰি অঞ্চলত পূৰ্ণ গতিত চলি আছে দূৰ্গা পূজা। হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ে মিলি কৰি আছে দূৰ্গা পূজা ।

CID অফিচলৈ অনা হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক
01/10/2025

CID অফিচলৈ অনা হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক

25/09/2025

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি দলৰ লগত বৰপেটা জিলাৰ ভাৰতীয় ষ্টেট বেংক,ইউকো আচাম গ্ৰামীণ বিকাশ বেংকৰ যৌথ সজাগতা সভা।

Address

Barpeta
781319

Alerts

Be the first to know and let us send you an email when DK365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DK365:

Share