MB News India

MB News India MB NEWS INDIA

মন্দিয়াৰ আলিপুৰ, ৰচুলপুৰ,  কৈমাৰী গাঁৱত বেঁকী নদীৰ খহনীয়াৰ  তাণ্ডৱ, মুৰে কপালে হাত
01/09/2026

মন্দিয়াৰ আলিপুৰ, ৰচুলপুৰ, কৈমাৰী গাঁৱত বেঁকী নদীৰ খহনীয়াৰ তাণ্ডৱ, মুৰে কপালে হাত

01/09/2026

মন্দিয়াৰ আলিপুৰ, ৰচুলপুৰ, কৈমাৰী গাঁৱত বেঁকী নদীৰ খহনীয়াৰ তাণ্ডৱ, নাৱেৰে গাওঁ এৰি নিৰাপদ স্থানলৈ ঢাপলি ৰাইজৰ* কাণহাৰ নাই বিধায়কৰ ৷ চৰকাৰৰ দৃষ্টি গোচৰ কামনা৷

01/09/2026

যিকোনো মুহূৰ্ততে প্লাৱিত হ’ব পাৰে নামনি অসমৰ বিভিন্ন প্ৰান্ত।
বৃদ্ধি পাইছে বেঁকী নৈৰ জলস্তৰ।

ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ পাছতেই বেঁকী নৈপৰীয়া অঞ্চলসমূহত সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ।

01/09/2026

ৰাইজলৈ বিশেষ সতৰ্কবাণী

01/09/2026

হিমন্ত মামা আমাৰ বিদ্যালয় ৰক্ষা কৰক, নদীৰ ভাঙন বন্ধ কৰক।"*

01/09/2026

*"হিমন্ত মামা আমাৰ বিদ্যালয় ৰক্ষা কৰক, নদীৰ ভাঙন বন্ধ কৰক।"*
বৰপেটাৰ মন্দিয়াত বেঁকী নদীৰ খহনীয়াৰ ভাবুকিত ৮০২ নং আলিপুৰ ৰৌফালা প্ৰাথমিক বিদ্যালয় । যিকোনো মূহূৰ্তত নৈৰ বুকুত জাহ যোৱাৰ আশংকাত দিশহাৰা শিক্ষক, অভিভাৱক। বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ নৈৰ পাৰত মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান: মামা বিদ্যালয় ৰক্ষা কৰক৷

31/08/2026

চান্দমামা গাঁৱৰ এখন জৰাজীৰ্ণ ৰাস্তায় জীয়াতু ভোগাইছে বৃহত্তৰ অঞ্চলৰ ৰাইজক

31/08/2026

আল্লাহৰ কচম খাই সংখ্যালঘু ৰাইজে প্ৰতিজ্ঞা কৰিলে এইবাৰ নগাঁও লোকসভা নিৰ্বাচনত বিজেপি ত ভোট দিব ।

Address

VILLAGE/BALIKURI, PO/BALIKURI
Barpeta
781319

Alerts

Be the first to know and let us send you an email when MB News India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MB News India:

Shortcuts

Share