Asraful Hussain MLA Chenga Fanclub

Asraful Hussain MLA Chenga Fanclub Political for General public

28/09/2026

ভাৰতৰ গণতন্ত্ৰক পুনৰুদ্ধাৰ কৰিবলৈ জ্ঞনেশ কুমাৰক নহয় নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক পৰিৱৰ্তন কৰিব লাগিব। তেতিয়াহে গণতান্ত্ৰ ৰক্ষা পৰিব।

 #নগাঁও সংসদীয় সমষ্টিৰ ধিঙৰ ধুপগুৰীৰ  #আজমলৰ বিশাল ৰাজহুৱা সভা...আমি যুজিম আমি‌ জিকিম,,,,
27/09/2026

#নগাঁও সংসদীয় সমষ্টিৰ ধিঙৰ ধুপগুৰীৰ #আজমলৰ বিশাল ৰাজহুৱা সভা...
আমি যুজিম আমি‌ জিকিম,,,,

26/09/2026

নিৰ্বাচন আয়োগৰ সহযোগিতাৰ কাৰণেই অসমত বিজেপি দলৰ বিধায়কৰ সংখ্যা শতকৰ ঘৰ অতিক্ৰম কৰিছে। এয়া অবৈধ,স্বৈৰাতন্ত্ৰ, গণতান্ত্ৰৰ পৰিপন্থী।।

24/09/2026

লাহৰি ঘাট সমষ্টিত এ আই ইউ ডি এফ দলৰ মনোনীত প্ৰাৰ্থী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত। মোবাইলৰ লাইট জ্বলাই বদৰুদ্দিন আজমল চাহাবক আদৰণি জনায়।।

Congratulations 🎉🎉🎉🎉 মহচিনা ইমতিয়াজ লস্কৰ ডাঙৰীয়ানী বিচাৰপতি হোৱাৰ যোগ্যতা অৰ্জন কৰাৰ কাৰণে আন্তৰিক অভিনন্দন জ্ঞাপন কৰ...
24/09/2026

Congratulations 🎉🎉🎉🎉
মহচিনা ইমতিয়াজ লস্কৰ ডাঙৰীয়ানী বিচাৰপতি হোৱাৰ যোগ্যতা অৰ্জন কৰাৰ কাৰণে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।।

24/09/2026

নগাঁও লোকসভাৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ বিধায়ক‌ নুৰুল হুদাৰ বক্তব্য মুছলিম প্ৰাৰ্থী দিলে হিন্দু সকলে ভোট নিদিয়ে ৰাইজৰ গৰ্জন তেনেহলে আমি হিন্দু প্ৰাৰ্থীক কিয় ভোট দিম??

প্ৰাগ নিউজ চেনেলেৰ ইডিটৰ ইন ছিফ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই আজমল চাহাবৰ সৈতে সাক্ষাৎ কৰি শুভেচ্ছা জনোৱাৰ লগতে দিনটো লগতে ...
23/09/2026

প্ৰাগ নিউজ চেনেলেৰ ইডিটৰ ইন ছিফ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই আজমল চাহাবৰ সৈতে সাক্ষাৎ কৰি শুভেচ্ছা জনোৱাৰ লগতে দিনটো লগতে থাকি গ্ৰাউণ্ড ৰিপৰ্ট সংগ্ৰহ কৰিব।।

22/09/2026

মুখ্যমন্ত্ৰী চাহাবে অসমত যিহেতু ধৰ্মৰ ভিত্তিত শাসন চলাই আছে আৰু হিন্দু সাংবাদিক সকলে প্ৰশ্ন কৰা এৰি দিছে গতিকে মুছলমান সাংবাদিক সকলেও প্ৰশ্ন কৰা বাদ দিয়া উচিত।কিমান লাজপাব??

21/09/2026

মছজিদৰ ভিতৰত বিনা অজুত এজন হিন্দু মানুহ প্ৰৱেশ কৰি ৰাজনৈতিক সভা অনুষ্ঠিত কৰা ঘটনা কিমানদূৰ গ্ৰহণযোগ্য। আমাৰ ধৰ্মীয় অনুভূতিত আঘাত সনা নাইনে?

চামগুৰি সমষ্টিৰত বিপুল সঁহাৰি AIUDF ৰ মনোনীত প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল চাহাবক!!পৰিৱৰ্তন বিচাৰিছে সকলোৱে!!
19/09/2026

চামগুৰি সমষ্টিৰত বিপুল সঁহাৰি AIUDF ৰ মনোনীত প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল চাহাবক!!
পৰিৱৰ্তন বিচাৰিছে সকলোৱে!!

Address

Chenga
Barpeta
781311

Alerts

Be the first to know and let us send you an email when Asraful Hussain MLA Chenga Fanclub posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share