RTime News

RTime News People Can Always Get Fresh News from RTime News RTime is a web based news & media website which is manged by well experienced reporter of Assam.

A registered Web Based News & Media website, we are the 4th pillar of the democracy is here to represent your situation on the social media and raise a voice against the evil of the society. Here you are at the About Us section of RTime. So, just wait, we are going to introduce our team. Basically we the team of infinite numbers of people to cover all kinds of news across the Assam. But mainly, only two mysterious face is the backbone of this news site.

24/09/2025

চিৰাং জিলাৰ চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং সন্ন্যাসীবাৰীত ভুমি বেদখলৰ যি অভিযোগ কৰিছিল তাৰে স্পষ্টিকৰণ দিয়ে অভিযুক্তই।

অসম সম্পদ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াক লৈ লিখা এটা কবিতা              লিখক :- বিলকিছ হাছান , M.A (English),B.ed (persuing)...
24/09/2025

অসম সম্পদ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াক লৈ লিখা এটা কবিতা
লিখক :- বিলকিছ হাছান , M.A (English),B.ed (persuing)

22/09/2025

বঙাইগাঁও বাসীৰ বাৱে সু-খবৰ।
বঙাইগাঁৱত প্ৰথমবাৰৰ বাৱে আয়োজন কৰা হৈছে Gravity Talent Search Examৰ।

20/09/2025

Defence world physical coaching centre কলগাছিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্তত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

04/09/2025

ভুমি কেন্দ্ৰিক সংঘাতকলৈ স্পষ্টিকৰণ দিছিল SSB যোৱান জামাল উদ্দিন আহমেদে তাৰে প্ৰতিক্ৰিয়া দিয়ে ভুক্ত ভুগি আলী হুছেইনৰ পৰিয়ালে।

03/09/2025

গোচৰ পঞ্জীয়ন হোৱাৰ পিছতো আক্ৰমণকাৰীৰ বিৰুদ্ধে পদক্ষেপ নকৰি নিৰ্বাচনৰ অজুহাত দেখুৱাই বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ভুক্তভোগী পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি আজি ন্যায় বিচাৰি চিৰাং জিলা আৰক্ষীৰ কাষ চাপে কৃষক পৰিয়ালটোৱে।

02/09/2025

জনসমুদ্ৰত পৰিনত চিৰাং জিলাৰ কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ। ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী, ১৫ নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী,১৬ নং নিচিমা সমষ্টিৰ প্ৰাৰ্থী আৰু ১৯ নং থুৰিবাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

30/08/2025

চিৰাং জিলাৰ বিজনীত দুই ফৈদৰ মাজত ভুমি কেন্দ্ৰিক সংঘাত।

24/08/2025

🔴কোন বহিব বিটিচিৰ শাসনৰ গাদিদ! হাগ্ৰামা মহিলাৰী নে প্ৰমোদ বড়ো ?

🔴বিটিচিৰ দক্ষ্য নেতা কোন! হাগ্ৰামা মহিলাৰী নে প্ৰমোদ বড়ো ?

🔴বিটিচিক কোনে শাসন কৰিব এইবাৰ! হাগ্ৰামা মহিলাৰী নে প্ৰমোদ বড়ো ?

🔴হাগ্ৰামা মহিলাৰীৰ ব্যৱহাৰ ভাল নহয়!

🔴হাগ্ৰামা মহিলাৰীয়ে বিটিচিত অত্যাচাৰী শাসন চলাইছিল!

🔴ইউপিপিএল দলৰ প্ৰাথিত্ব ঘোষণা হুৱাৰ লগে-লগে বিপিএফ দলে আতংকিত হৈছে!

🔴প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ লগত কোনো তুলনাই নহয়! এই মন্তব্য ইউপিপিএলৰ মুখপাত্ৰ গুলজাৰ হুছেইনৰ।

23/08/2025

সাওঁৰাচৰা উচ্চতৰ মাধ্যমিক
বিদ্যালয়ত দুই শিক্ষকৰ মাৰপিট। মাৰপিটৰ ফলত আহত শিক্ষক খুৰশেদ খানক বৰপেটা অসামৰিক চিকিৎসালয়,কলগাছিয়ালৈ প্ৰেৰণ।
e

23/08/2025

গোৱালপাৰা জিলাৰ ৰাক্ষ্যসীনীত আজি বৃহৎ উচ্ছেদ অভিযান ।

23/08/2025

তৃণমূল কংগ্ৰেছৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ শুভ উদ্বোধনী।

Address

Kalgachia
Barpeta
781319

Alerts

Be the first to know and let us send you an email when RTime News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RTime News:

Share