TNC 24

TNC 24 নিৰ্ভিক আৰু নিৰপেক্ষ সংবাদ মাধ্যম। Only the truth is served here.

04/09/2026

নিশা বেলবাৰী বজাৰত ভ+য়ং+কৰ পথ দু+ৰ্ঘট+না।

দুৰ্ঘ+ট+নাত দুখন চাৰিচকীয়া বাহন আৰু এখন দুচকীয়া বাহন ৰ ক্ষতিগ্ৰস্ত হয় ।

দুৰ্ঘটনা গ্ৰস্ত বাহনত থকা ল'ৰা কেইজনক আ+ক্ৰ+মণৰ লক্ষ্য কৰি লয় একাংশ যুৱকে।

ঘট+নাস্থ+লীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখে।

04/09/2026

বিজেপি চৰকাৰৰ দিনত মুছলমান হোৱাটোৱেই ডাঙৰ অপ+ৰাধ নেকি?

দিল্লী আৰক্ষীৰ বিৰুদ্ধে দুই মহিলা সাংবাদিকৰ বি+স্ফো+ৰক অভিযোগ।

দিল্লীত সাংবাদিকৰ সংবাদ মেল সম্বোধন আৰু ঘটনাৰ সৈতে জড়িত বিষয়াক নিলম্বনৰৰ দাবী।

04/09/2026

মানুহে মানুহৰ বাবে
নিশা অকলশৰীয়া খোজ কাঢ়িব নোৱাৰা বৃদ্ধক বৰষুণত তিতি থকা অৱস্থাত দলং পাৰ কৰাই দি দেখুৱা মহানুভৱতা সামাজিক মাধ্যমত ভাইৰেল

📌এইবাৰ নগাঁৱৰ উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পদত্যাগৰ জোৱাৰ।📌লাহৰীঘাট পঞ্চায়তৰ সদস্যসকলে কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত।
04/09/2026

📌এইবাৰ নগাঁৱৰ উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পদত্যাগৰ জোৱাৰ।

📌লাহৰীঘাট পঞ্চায়তৰ সদস্যসকলে কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত।

NEET পৰীক্ষাত উত্তীৰ্ণ হৈ MBBS পাঠ্যক্ৰমৰ বাবে বাছনি লাভ বাৰ্জিনা আল হাচানৰ।
04/09/2026

NEET পৰীক্ষাত উত্তীৰ্ণ হৈ MBBS পাঠ্যক্ৰমৰ বাবে বাছনি লাভ বাৰ্জিনা আল হাচানৰ।

04/09/2026

04/09/2026

হাউলীৰ শ্বাইল্টা বজাৰত ইনায়া পলিক্লিনিক আৰু লেবৰেটৰী মুকলি।
শ্বাইল্টা বজাৰ মছজিদৰ সন্মুখত অৱস্থিত ইনায়া পলিক্লিনিক আৰু লেবৰেটৰী।

04/09/2026

মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত চিকিৎসকৰ অভাৱক লৈ হাহাকাৰ।
পুৱা ১০.৩০ বজালৈ বহিঃবিভাগত নাছিল এজনো চিকিৎসক।
কেমেৰা দেখি উপস্থিত চিকিৎসক, ৰোগীৰ মাজত তীব্ৰ ক্ষোভ।

04/09/2026

দিল্লী সাকেত পুলিচ থানাত মুছলমান মহিলা সাংবাদিকক মা+ৰপি+ট কৰাৰ পিছত আন্তৰাষ্ট্ৰীয় মহিলা সাংবাদিক উপস্থিত হৈ জবাবদিহি পুলিচক।

শ্বাহজাহান আলী যোৱা দুবছৰে ক+ৰ্কট ৰোগত আ+ক্ৰা+ন্ত হৈ বিছনাত পৰি আছে।আমাৰ আৰু আপোনাৰ  অকণমান আৰ্থিক সহায়ে এইজন দৰিদ্ৰ পৰ...
04/09/2026

শ্বাহজাহান আলী যোৱা দুবছৰে ক+ৰ্কট ৰোগত আ+ক্ৰা+ন্ত হৈ বিছনাত পৰি আছে।

আমাৰ আৰু আপোনাৰ অকণমান আৰ্থিক সহায়ে এইজন দৰিদ্ৰ পৰিয়ালৰ মূখত হাহি বিৰিঙি উঠিব পাৰে।

Address

Kalgachia
Barpeta
781319

Telephone

+919954806335

Website

Alerts

Be the first to know and let us send you an email when TNC 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TNC 24:

Shortcuts

Share