Axom News Live

Axom News Live দ্ৰুত সংবাদ, বিশ্বাসৰ সৈতে।

যিকোনো বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক। 6002037628

https://www.youtube.com/

08/09/2026

গোলোকগঞ্জৰ আগমনিত পথ দু/ৰ্ঘ/ট/না/ত এজন নিহত।

08/09/2026

বন বিভাগৰ নিশাৰ অভিযানত পুনৰ চালান বিহিন বালি ভৰ্তী ডাম্পাৰ জব্দ।

ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে দিনে নিশাই চলাই গৈছে অবৈধ ডাম্পাৰ বিচাৰি অভিযান।

08/09/2026

সপোন নেহেৰাওক,প্ৰতিভা নৰওক-শিক্ষাৰ্থীৰ ভবিষ্যৎ গঢ়াৰ লক্ষ্যৰে ওৰাঙত YDCMৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক৷

08/09/2026

বিৰোধী ঐক্য নেতৃত্ব প্ৰদান কৰিব পৰাকৈ গৌৰৱ গগৈ পৰিপক্ক, উদাৰ, সহনশীল আৰু দূৰদৰ্শী নহয়

কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ দুৰ্বল ভূমিকাক সমালোচনা কৰিলেই অখিল গগৈৰ বিজেপিৰ এজেণ্ট হৈ নাযায়

গৌৰৱ গগৈয়ে বিজেপি বিৰোধী সকলো দলক অপমান কৰি বিহালী উপ নিৰ্বাচনত বিৰোধী ঐক্য থানবান কৰিছিল

২৬ৰ বিধান সভা নিৰ্বাচনৰ সময়তো গৌৰৱ গগৈৰ হোঁহোকা পিছলা নীতিৰ বাবে মাত্ৰ নিৰ্বাচনৰ দুদিন পূৰ্বে নাম মাত্ৰ বিৰোধী মিত্ৰতা কৰিছিল।

08/09/2026

গৰু ছিণ্ডিকেটৰ পাছত এইবাৰ ৰাজ্যত অতি সংগোপনে চলিছে এক ভয়ংকৰ ‘উট ছিণ্ডিকেট’ চক্ৰ।
এই সমগ্ৰ আন্তঃৰাজ্যিক উট ছিণ্ডিকেটৰ মূল মাষ্টাৰমাইণ্ড হৈছে ধুবুৰীৰ জাভেদ আলী ।
কোন এইগৰাকী জাবেদ আলী ?

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোঁকাৰণি।আপোনাৰো অনুভূতি হৈছে নে ভূমিকম্পৰ ?
08/09/2026

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোঁকাৰণি।
আপোনাৰো অনুভূতি হৈছে নে ভূমিকম্পৰ ?

08/09/2026

চাপৰত পুনৰ ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ চলিল অভিযান।

এইবাৰ আৰক্ষীৰ জালত পৰিল মহা ধুৰন্ধৰ প্ৰৱঞ্চক।

07/09/2026

পাৱৈত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ লাইখুটা স্থাপন।

মাৰ্ঘেৰিটা সমজিলাৰ ১৩৪টা নামঘৰৰ সহযোগত অনুষ্ঠিত হ'ব গুৰুজনাৰ জন্মোৎসৱ ভাগি ।

07/09/2026

নলবাৰী জিলাৰ মুকালমুৱাৰ লাউঠাৰিত ভয়াবহ পথ দু/ৰ্ঘ/ট/না।
স্কুলীয়া ছাত্ৰীক মহটিয়াই নিয়ে বাইক আৰোহীয়ে।

07/09/2026

📌 পুৱতি‌ নিশা গোলকগঞ্জৰ দীঘলটাৰীত আৰক্ষীৰ অভিযান ।
📌 হালাকুৰা আৰক্ষীৰ অভিযানত নিষিদ্ধ গো-মাংস জব্দ‌ কৰাৰ লগতে এজনক আটক।

Address

Guwahati
Barpeta
781038

Alerts

Be the first to know and let us send you an email when Axom News Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share