AXOM LIVE 24×7

AXOM LIVE 24×7 Axom Live 24×7

11/04/2025

টকা দিয়ক কংগ্ৰেছ দলৰ টিকট লওক ।

02/08/2023

বহৰিত ভয়াবহ অগ্নিকাণ্ড
কথমপি ৰক্ষা পৰিল পাঞ্জাব নেচনেল বেংক।
জুইত জ্বাহ গ'ল চাৰি খনকৈ দোকান।
বৰপেটা জিলাৰ খ্যাতনামা মৰাপাটৰ বজাৰ বহৰিত ভয়াবহ অগ্নিকাণ্ড হয়। জুইত জ্বাহ যায় চাৰি খনকৈ দোকান, ৰাজিব আহমেদৰ জুয়েলাৰী, ইকবাল হুছেইনৰ ফাৰ্মাছি,লোকমান খানৰ LIC Agent অফিচ আৰু স্বহিদুল ইছলামৰ কম্পিউটাৰ, ফটোষ্টেটৰ দোকান। জানিব পৰা মতে প্ৰায় বিশ লক্ষাধিক টকাৰ সা- সম্পত্তি ক্ষতি সাধন হোৱা বুলি জনায় দোকানী সকলে।

01/08/2023

চেঙা ব্লকত কংগ্ৰেছ দলৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী।

চেঙা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি আবু বাক্কাৰ ছিদ্দিকিৰ নেতৃত্বত, মূল্য বৃদ্ধি ৰোধ কৰিবৰ বাবে আজি কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী।
&ne #

30/07/2023

Address

Malipara
Barpeta
781305

Telephone

+919864883558

Website

Alerts

Be the first to know and let us send you an email when AXOM LIVE 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AXOM LIVE 24×7:

Share