NB LIVE অসম

NB LIVE অসম সত্যৰ সন্ধানত, ৰাইজৰ পক্ষত।

07/10/2026

হাজাৰ হাজাৰ লোকৰ উপস্থিতিত CRPF পৰিদৰ্শক আলহাজ মিজানুৰ ৰহমান ডাঙৰীয়াৰ অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায়।

07/10/2026

প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৰঙিয়া গাঁও,
জিৰু বজাৰ দক্ষিণ পাৰ, জি.এল.দাস হাইস্কুলৰ ওচৰত অহা ১৮/১০/২০২৬ দেওবাৰে
আয়ুৰ্বেদিক কবিৰাজী পদ্ধতিত এজমা, হাঁপানী সমস্যাৰ চিকিৎসাৰ বাবে সন্ধিয়া ৫ বজাৰ পৰা ঔষধ প্ৰদান কৰা হ’ব।

যোগাযোগ: 8472946686 / 9126504653

06/10/2026

ABVP গোটৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ হাউলী আৰক্ষী থানা চৌহদত।

06/10/2026

সাংসদ ফণীভূষণ চৌধুৰীক চৰম অপমান। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে চিনি নাপায় নেকি সাংসদ ফণীভূষণ চৌধুৰীক? বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰীক ৰেলীৰ পৰা বাহিৰ কৰিলে নিৰাপত্তাৰক্ষীয়ে।

05/10/2026

কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া প্ৰতিভা সন্ধানী পৰীক্ষাৰ প্ৰ-পত্ৰ মুকলি কৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰে।

কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া প্ৰতিভা সন্ধানী পৰীক্ষাৰ প্ৰ-পত্ৰ মুকলি কৰে বিধায়ক জাকিৰ হ...
05/10/2026

কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া প্ৰতিভা সন্ধানী পৰীক্ষাৰ প্ৰ-পত্ৰ মুকলি কৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰে।

05/10/2026
05/10/2026

কাৱৈমাৰী ১১ নং ব্লক উত্তৰ ছোপা মছজিদে কোবাৰ প্ৰথম মহলাৰ ছাদ ঢালাই কামৰ শুভাৰম্ভ।
যোগাযোগ নং
70026 21670.

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
04/10/2026

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

Address

Naligaon, BARPETA
Barpeta
781352

Telephone

+917002345875

Website

Alerts

Be the first to know and let us send you an email when NB LIVE অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NB LIVE অসম:

Shortcuts

Share