AssamUpdate24hr

AssamUpdate24hr ✅ Latest News | Govt Updates | Weather | Traffic
🚨 Breaking News & Real-time Assam Updates
📍 Stay Informed, Stay Ahead.
(1)

 #শিলচৰত শনি মন্দিৰত মুছলমান সাজি মূৰত টুপী পিন্ধি চুৰি কৰা দুয়োটা চোৰৰ নাম Anik Das (27) আৰু Pallab Das (26) বর্তমান শি...
31/08/2025

#শিলচৰত শনি মন্দিৰত মুছলমান সাজি মূৰত টুপী পিন্ধি চুৰি কৰা দুয়োটা চোৰৰ নাম Anik Das (27) আৰু Pallab Das (26) বর্তমান শিলচৰ আৰক্ষীৰ জালত।

13/08/2025

Guwahati ☔

13/08/2025

Missing Assam Man Dead in Manipur
Sonitpur–ৰ Dugdha Hazarika Manipur–ৰ Churachandpur–ত ১৪ দিনৰ পিছত মৃত অৱস্থাত উদ্ধাৰ হৈছে।

আগ্ৰাৰ বিশ্বখ্যাত তাজমহলৰ ক্ষুদ্ৰ প্ৰতিচ্ছবি হিচাপে নিৰ্মিত এই সুন্দৰ গঠনখন এতিয়াও স্থানীয় আৰু বহিৰাগত পৰ্যটকৰ মন আকৰ্ষ...
12/08/2025

আগ্ৰাৰ বিশ্বখ্যাত তাজমহলৰ ক্ষুদ্ৰ প্ৰতিচ্ছবি হিচাপে নিৰ্মিত এই সুন্দৰ গঠনখন এতিয়াও স্থানীয় আৰু বহিৰাগত পৰ্যটকৰ মন আকৰ্ষণ কৰি আহিছে।

11/08/2025
04/08/2025

শিৱসাগৰৰ স্থানীয় মুছলমান সকলৰ মিঞা হাটাও অভিযানৰ বিৰোধিতা।

04/08/2025

উজনি অসমত মিঞা হাটাও অভিযান।

02/08/2025

✈️ মুম্বাই-কলকাতা ফ্লাইটত যাত্ৰীক থাপ্পৰ মাৰা ঘটনাৰ বিৱৰণ

২০২৫ চনৰ ১ আগষ্ট, IndiGo)ৰ 6E 138 নম্বৰ ফ্লাইটত মুম্বাইৰ পৰা কোলকাতা অভিমুখে যাত্ৰা কৰা সময়ত এক অস্বাভাৱিক ঘটনা সংঘটিত হয়।

একজন যাত্ৰী উৰানৰ সময়ত ভয়, আতংক আৰু মানসিক অস্থিৰতাৰ পৰা ভুগি আছিল। তেঁও আচমকাই বিমানেৰে নামিবলৈ চেষ্টা কৰে আৰু বিমানত অস্থিৰ অৱস্থা সৃষ্টি হয়।

এই সময়ত, অন্য এজন যাত্ৰীয়ে তেঁওৰ আচৰণত বিৰক্ত হৈ তেঁওক থাপ্পৰ মাৰে।

Address

Hadhia Gaon
Barpeta
781319

Website

Alerts

Be the first to know and let us send you an email when AssamUpdate24hr posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share