Altaf Bhai

Altaf Bhai welcome to page.. please follow my page and Support me

এইয়া পথ নে পুখুৰী? চকু মেলি চাওক মাননীয় বিধায়ক মহোদয়!" 🛑📸ফটোত দেখা এই জৰাজীৰ্ণ আৰু জলমগ্ন দৃশ্যটো কোনো সাধাৰণ পথৰ নহ...
14/07/2026

এইয়া পথ নে পুখুৰী? চকু মেলি চাওক মাননীয় বিধায়ক মহোদয়!" 🛑📸
ফটোত দেখা এই জৰাজীৰ্ণ আৰু জলমগ্ন দৃশ্যটো কোনো সাধাৰণ পথৰ নহয়, এইয়া হৈছে দংৰা বজাৰৰ পৰা তেমূৰা আৰু কাহিবাৰী গাঁও হৈ বৰপেটালৈ যোৱা আমাৰ অঞ্চলৰ একমাত্ৰ মূল পথটোৰ বাস্তৱ ছবি।
বিগত ৫টা বছৰে এই পথটো মেৰামতি নকৰাৰ ফলত সামান্য বৰষুণতেই এনেদৰে একাঁঠু পৰ্যন্ত পানী জমে। এই পথেৰেই প্ৰতিদিনে আমাৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, জৰুৰীকালীন ৰোগী আৰু হাজাৰ হাজাৰ ব্যৱসায়ীয়ে জীৱনক হাতৰ মুঠিত লৈ অহা-যোৱা কৰিবলগীয়া হৈছে।
মাননীয় বিধায়ক শ্ৰী আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়া, ৰাইজৰ এই চৰম দুৰ্ভোগ আৰু কিমান দিনলৈ চলিব? ৰাইজৰ স্বাৰ্থত এই পথটো শীঘ্ৰে মেৰামতি কৰাৰ বাবে আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ।
Abdur Rahim Ahmed, Shah Alam, Matiur Rahman

জুবিন দাৰ অনুৰাগীসকলৰ বাবে এটা বহুত ডাঙৰ আৰু হেঁপাহৰ খবৰ! 🌸✨আমাৰ আবেগক লৈ নিৰ্মাণ হ’ব নতুন ছবি ‘Love You Zubeen Da’। তিন...
28/06/2026

জুবিন দাৰ অনুৰাগীসকলৰ বাবে এটা বহুত ডাঙৰ আৰু হেঁপাহৰ খবৰ! 🌸✨
আমাৰ আবেগক লৈ নিৰ্মাণ হ’ব নতুন ছবি ‘Love You Zubeen Da’। তিনিটা ভাষাত মুক্তি পাবলগীয়া এই ছবিখনত জুবিন দাৰ পূৰ্বে কেতিয়াও মুক্তি নোপোৱা অসমীয়া আৰু বাংলা গান শুনিবলৈ পোৱা যাব, যিটো সঁচাকৈয়ে স্পেচিয়েল।
সমগ্ৰ টিমটোলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। জয় আই অসম! ❤️

ভৱিষ্যতে ইয়াক Road নহয়, Smart Forest বুলিয়েই জনা যাব! 😂🌳
20/06/2026

ভৱিষ্যতে ইয়াক Road নহয়, Smart Forest বুলিয়েই জনা যাব! 😂🌳

09/05/2026
13/03/2026

বিজ্ঞাপনৰ নামত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা হয়, তেন্তে এই বিজ্ঞাপনৰ পৰা ৰাইজৰ কি লাভ হৈছে?
এই পইচাৰে স্কুল বা হাস্পতালৰ উন্নতি কৰিব পৰা নগ’লহেঁতেন নেকি?"

06/03/2026

06/03/2026
06/03/2026

Celebrating my 3rd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

ৰাজ্যসমূহে পথ, চিকিৎসালয়, বিদ্যালয়ৰ উন্নয়নত ব্যয় কৰাটো উচিত নহয়নেৰাজনৈতিক দল আৰু নেতাসকলে এই বিষয়ে পুনৰ বিবেচনা কৰা উচিত
25/02/2026

ৰাজ্যসমূহে পথ, চিকিৎসালয়, বিদ্যালয়ৰ উন্নয়নত ব্যয় কৰাটো উচিত নহয়নে

ৰাজনৈতিক দল আৰু নেতাসকলে এই বিষয়ে পুনৰ বিবেচনা কৰা উচিত

একেবাৰে সঁচা কথা। এজন সাধাৰণ নাগৰিকে উপাৰ্জন কৰাৰ সময়তো টেক্স দিয়ে আৰু সেই টকাৰে কিবা বস্তু কিনিলে বা গাড়ী চলালে পুনৰ...
22/02/2026

একেবাৰে সঁচা কথা। এজন সাধাৰণ নাগৰিকে উপাৰ্জন কৰাৰ সময়তো টেক্স দিয়ে আৰু সেই টকাৰে কিবা বস্তু কিনিলে বা গাড়ী চলালে পুনৰ টেক্স দিবলগীয়া হয়। এই 'Double Taxation' বা দুবাৰকৈ কৰ লোৱা প্ৰথাটোৱে মধ্যবিত্ত পৰিয়ালৰ ওপৰত অধিক বোজা জাপি দিয়ে। চৰকাৰে এই ব্যৱস্থাটো অধিক সৰল আৰু নিকা কৰা উচিত।"

Address

Barpeta
781309

Website

Alerts

Be the first to know and let us send you an email when Altaf Bhai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share