
19/05/2025
BJP মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা-প্ৰাৰ্থনা নাকচ উচ্চতম ন্যায়ালয়ৰ ওলোটাই বিজয় শ্বাহক ধমকহে দিলে উচ্চতম ন্যায়ালয়ে ক্ষমা-প্ৰাৰ্থনা নাকচ কৰি তদন্তৰ বাবে গঠন কৰা হ'ল SIT।
কৰ্ণেল কুৰেশ্বীক পাকিস্তানৰ ভগ্নী বুলি মন্তব্য কৰিছিল বিজয় শ্বাহে।