18/08/2025
📌 চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তত ঘূৰি জনসংযোগ অব্যাহত ৰাখিছে ডঃ হাফিজুৰ ৰহমানে।
📌 দক্ষিণ পাৰ অৱস্থিত চৰ সমূহৰ ভিতৰত বিশেষকৈ মহাচৰা আৰু কাছুমাৰাৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰে কংগ্ৰেছী নেতা ডঃ হাফিজুৰ ৰহমানে।