08/09/2026
বৰপেটাৰোডৰ জি এল চি কলেজত বিশ্ব সাক্ষৰতা দিৱস পালন
বৰপেটাৰোড,০৮ ছেপ্টেম্বৰ: বৰপেটা জিলা নৱভাৰত সাক্ষৰতা সমিতি তথা বৰপেটা জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ উদ্যোগত আৰু বৰপেটাৰোডৰ গণেশ লাল চৌধুৰী (জি এল চি) মহাবিদ্যালয়ৰ সহযোগত আজি বিশ্ব সাক্ষৰতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়