Top News Assam

Top News Assam জনগণৰ বাবে জনগণৰ মাজত ইতিবাচক চিন্তাৰে আপোনাৰ কাষত টপ নিউজ অসম
CONTACT: 8253826494
TopNewsAssam

11/09/2026

📌'মমতাজ বেগমক বাংলাদেশলৈ পুছবেক কৰাৰ আঁৰত আছে দেৱাশীষ শৰ্মা'। বিপদত পৰিব পাৰে দেৱাশীষ শৰ্মা।
📌দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ ৰকিবুল হুছেইনৰ।

11/09/2026

সভাৰ মাজতে মন্ত্ৰী পীযূষ হাজৰিকাক কি অনুৰোধ জনালে ৰাইজে ?

📌Original 80's... Instagramত মুখ্যমন্ত্ৰীৰ এখন আলোকচিত্ৰ
10/09/2026

📌Original 80's... Instagramত মুখ্যমন্ত্ৰীৰ এখন আলোকচিত্ৰ

10/09/2026

বৰক্ষেত্ৰীৰ বৰ্ণিবাৰীত এটা দুখলগা কাহিনী ।

ভিক্ষা মাগী দিন কটাইছে এই গৰাকী মহিলাই।

10/09/2026

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ ওপজা দিন উপলক্ষে সৰভোগত ৰণজিৎ কুমাৰ দাস ফেন ক্লাৱৰ বৃহৎ আয়োজনঃ
প্ৰায় ১৩০ টা নামদলৰ ৩০০০ হাজাৰ মহিলাৰ দ্বাৰা একেলগে থিয়নাম পৰিবেশনঃ

09/09/2026

AJYCP ৰ উদ্যোগত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় আলোচনা চক্ৰ।

অসমৰ বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান বিষয়ক হ' ব আলোচনা।

নতুন দিল্লীৰ কনচটিটিউশ্যন ক্লাৱ অৱ ইণ্ডিয়াত অনুষ্ঠিত হ'ব আলোচনা চক্ৰটো।

বজালীত এই সন্দৰ্ভত AJYCPৰ সাধাৰণ সম্পাদক বিজন বায়নৰ মন্তব্য প্ৰকাশ ।

09/09/2026

বৰনগৰবাসীৰ বাবে ডাঙৰ ঘোষণা, কি ক’লে ৰণজিৎ কুমাৰ দাসে?

09/09/2026

সৰভোগৰ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ কাৰ্যালয় আৰু সভাগৃহ আনুষ্ঠানিকভাৱে উদ্বোধন অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ।

আজি অসম বিধানসভাৰ অধ্যক্ষৰণজিৎ কুমাৰ দাসৰ ওপজা দিনতেখেতলৈ ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
09/09/2026

আজি অসম বিধানসভাৰ অধ্যক্ষ

ৰণজিৎ কুমাৰ দাসৰ ওপজা দিন

তেখেতলৈ ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

08/09/2026

📌"পুলিচে আনক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে নিজৰ বিভাগটো ভাল কৰিব লাগিব"
📌দালাল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

Address

Barpeta
781314

Alerts

Be the first to know and let us send you an email when Top News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Top News Assam:

Shortcuts

Share