Live News Northeast

Live News Northeast Well come to Live News Northeast

বৰপেটাৰ বামুণ দংৰালৈ গৌৰৱ কঢ়িয়ালে শ্বহিদুল ইছলামে। অসম আৰক্ষীৰ AB কনিষ্টবল হিচাপে চাকৰি লাভ ।শ্বহিদুল ইছলামৰ সফলতাই এত...
17/10/2025

বৰপেটাৰ বামুণ দংৰালৈ গৌৰৱ কঢ়িয়ালে শ্বহিদুল ইছলামে। অসম আৰক্ষীৰ AB কনিষ্টবল হিচাপে চাকৰি লাভ ।শ্বহিদুল ইছলামৰ সফলতাই এতিয়া প্ৰাপ্তিৰ হাঁহি বিৰিঙাইছে পৰিয়ালৰ মাজত । পুত্ৰৰ সফলতাত মাক-দেউতাকৰ চকুত আনন্দৰ চকুলো।

16/10/2025
উলামা ঐক মঞ্চ অসম’ৰ সংবাদমেলত ঘোষণা।  ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় জলছাহ বা সভাত বহিঃৰাষ্ট্ৰ ইছলামিক বক্তাক সম্পূৰ্ণ নি...
16/10/2025

উলামা ঐক মঞ্চ অসম’ৰ সংবাদমেলত ঘোষণা। ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় জলছাহ বা সভাত বহিঃৰাষ্ট্ৰ ইছলামিক বক্তাক সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰাৰ লগতে বৰ্জন কৰিবলৈ অসমৰ মুছলমান সমাজক আহ্বান উলামা ঐক্য মঞ্চ অসমৰ।

12/10/2025

নৰ্থ ইষ্ট ফেষ্টিভেল কোনে পাতিছিল চিংগাপুৰত? নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিজ্ঞাপনত কাৰ নাম আছিল? কোনে ধন দিছিল এই ফেষ্টিভেল পাতিবলৈ? সকলো কথাই সংবাদমেলত ক'লে অখিল গগৈয়ে ।

আপোনাৰ দৃষ্টিত অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি জন কোন ? কমেন্টত জনাওক আপোনাৰ মতামত।
10/10/2025

আপোনাৰ দৃষ্টিত অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি জন কোন ? কমেন্টত জনাওক আপোনাৰ মতামত।

মন্দিয়াৰ বৰদলনিৰ যুৱনেতা ৰাজিবুল ইছলাম (ৰাজীব)ক কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ।
06/10/2025

মন্দিয়াৰ বৰদলনিৰ যুৱনেতা ৰাজিবুল ইছলাম (ৰাজীব)ক কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ।

ধৈৰ্য্যৰ ফল মিঠা ।৫ বছৰ পিছত পুনৰ বিটিচিত শাসন চলাব  হাগ্ৰামা মহিলাৰীয়ে ।
05/10/2025

ধৈৰ্য্যৰ ফল মিঠা ।
৫ বছৰ পিছত পুনৰ বিটিচিত শাসন চলাব হাগ্ৰামা মহিলাৰীয়ে ।

জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হাতত হেণ্ডকাফ দেখি কেনেকুৱা অনুভৱ হৈছে । আপোনাৰ মতামত ক...
01/10/2025

জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হাতত হেণ্ডকাফ দেখি কেনেকুৱা অনুভৱ হৈছে । আপোনাৰ মতামত কমেন্টত জনাওক ।

  অৱশেষত গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা । দুয়োকে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ ।
01/10/2025


অৱশেষত গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা । দুয়োকে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ ।

Address

Satrakona- Baghbar Road
Barpeta
781308

Alerts

Be the first to know and let us send you an email when Live News Northeast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live News Northeast:

Share