Beki Express

Beki Express ৰাইজৰ পক্ষে, দুৰ্নীতিৰ বিপক্ষে We could reach you overcoming mere geographical boundary, even beyond. Miles of ways, we had to walk to reach here before you.
(1)

Beki Express has already been in operation in searching out real facts out of the moving social phenomenon, bringing in books and pushing forward for popular judgements. Both individual and collective efforts lead us to lead for the cause of humanity, Social justice and other. Yet, we are going to travel the state, the country and the whole world again and again with no stone leaving unturned to r

each our destination. Facts innumerable, passing through the front and back of man in the society and leaving behind them the prints of change, creative and destructive. Beki Express is all set to catch them to work people’s cause, as has already been. Be with us, please, share and care and bear with us. Please keep visiting our website www.bekiexpress.in. We have opened our minds to open the world. Yet the world opens it for citizens of the Global Village. Let the Beki Express be the reflection of the society of man, and not the refraction.

06/09/2026

জনীয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত JPLৰ চূড়ান্ত খেল সম্পন্ন।

Youth XI Kadongক ১১ ৰাণত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ Rifa Titans Aditpurৰ।

জনীয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত JPL—Jania Premier Leagueৰ আজি অনুষ্ঠিত হয় বহু প্ৰত্যাশিত চূড়ান্ত খেল।

জনীয়া ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই উত্তেজনাপূৰ্ণ ফাইনেলত মুখামুখি হয় Youth XI Kadong আৰু Rifa Titans Aditpur

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা l
06/09/2026

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা l

06/09/2026

📌শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৷

📌AS 04 AH 1357 নম্বৰৰ ই'ক ভানৰ সৈতে এখন স্কুৰ্টীৰ মুখামুখি সংঘৰ্ষ ৷

📌দুৰ্ঘটনাগ্ৰস্থ দুয়োখন বাহন পৰে যমুনা জলাশয়ত ৷

📌 ঘটনাস্থলীত শিৱসাগৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

06/09/2026

এখন গহনাৰ দোকানৰ পৰা ২০ লাখ টকাৰ আঙঠি ভৰ্তি বাকচ লৈ পলায়ন যুৱতীৰ ।

দিল্লীৰ সত্য নিকেতনত খহি পৰিল কেইবামহলীয় অট্টালিকা। ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কেবাজনো ছাত্ৰ।
06/09/2026

দিল্লীৰ সত্য নিকেতনত খহি পৰিল কেইবামহলীয় অট্টালিকা। ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কেবাজনো ছাত্ৰ।

06/09/2026

নাজিৰাত ৰাইজৰ দলৰ গণ সমাৱেশ ।

অহা ৮ ছেপ্টেম্বৰ ভিতৰত বানপীড়িত ৰাইজৰ প্ৰাপ্য ১৫ হাজাৰ টকা একাউণ্টত নোসোমালে ৯ ছেপ্টেম্বৰত বৃহৎ প্ৰতিবাদৰ হুংকাৰ অখিল গগৈৰ।

মন্দিয়া সমষ্টিৰ আলিপুৰ-১ নং ৰছুলপুৰত বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া।
06/09/2026

মন্দিয়া সমষ্টিৰ আলিপুৰ-১ নং ৰছুলপুৰত বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া।

06/09/2026

চাপৰ আৰক্ষীৰ বৃহৎ সফলতা।

অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, অভিযানত জব্দ প্ৰায় ৮৩ কাটন অবৈধ সুৰা।

বঙাইগাঁওৰ পৰা পশ্চিমবংগ অভিমুখে এখন মালবাহি বলেৰো বাহনত অবৈধ সুৰা সৰবৰাহ কৰি থকা অৱস্থাত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় চাপৰ আৰক্ষী।

আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে বাহনখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ নম্বৰ AS-02-DC-0771

06/09/2026

বিলাসীপাৰাৰ বাঘমাৰীত বিদ্যালয় পৰিচালনা সমিতি গঠনকলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

বাঘমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনত অনিয়মৰ অভিযোগ উত্থাপন হৈছে।

চি আৰ চি চি মনিৰুল ইছলাম আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক আলী আকবৰৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।

বৰপেটাৰোডৰ চাফাকামাৰত শোকাবহ পথ দু*ৰ্ঘটনা l
06/09/2026

বৰপেটাৰোডৰ চাফাকামাৰত শোকাবহ পথ দু*ৰ্ঘটনা l

Address

Barpeta
781319

Alerts

Be the first to know and let us send you an email when Beki Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Beki Express:

Shortcuts

Share