Inzamul vlogs

Inzamul vlogs Please follow and support my page.A proud Indian.Jai Hind.

Good morning
20/07/2025

Good morning

08/07/2025

মোবাইল ফোন,লৰা-ছোৱালী আৰু এক ভয়াবহ ভৱিষ্যত------
বৰ্তমান সময়ত দেখা যায় সৰু সৰু লৰা-ছোৱালী বোৰে যেনেকৈ মোবাইলটো চাই থাকে, এইটো কিমান বেয়াকৈ প্ৰভাৱ পৰিব পাৰে মগজুত পিছলৈ গম পাব।আজিকালি দেখা যায় অলপ কিবা খুৱাবলৈ,ভাত মুখত দিবলৈ লৰা-ছোৱালীক মোবাইলটো চাই থাকিবলৈ দিয়া হয়।।এইয়া অভিভাৱকৰ ব্যৰ্থতা নেকি বুজনি দিবলৈ?আমিও ডাঙৰ দীখল হলো কিন্তু আমাৰ সময়ত এইবোৰ নাছিল।আজি কালি যেন খেলা-ধূলা বোৰ নোহোৱা হৈ গৈছে, মাথোঁ মোবাইল আৰু মোবাইল।খেলা-ধূলা অলপ সময় নষ্ট হলেও মানসিক উৎকৰ্ষ সাধন কৰে। শৰীৰটো ভালে ৰাখে।
আজিৰ পৰা ৫/৬ বছৰ পিছত মাক দেউতাকে মোবাইলৰ ক্ষতি গম পাব!! ধন্যবাদ।
------Inzamul✍️

02/07/2025

পংকজ পাঠক-
নাপাই ও এনে কৰিব মানুহক। সন্মানৰ কথা আছে নহয়!পংকজ পাঠকক গোৱালপাৰাৰ ৰাইজে কৰা দুৰ্ব্যৱহাৰত দুখ পাইছোঁ ৷ মানুহক সহায় কৰিব যাওতে কিবা বিচ্যুতি হব পাৰে সেইবুলি সেইটোৰ কাৰণে এনেদৰে কাণত ধৰি উঠ বহ কৰোৱাটো গৰিহণাযোগ্য নহয় ।
Source-fb

02/07/2025

বৰ্ত্তমান সময়ত ডাঙৰ কথা হৈছে সংবিধানে খাদ্যৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ দিছে না নাই !!আৰু যদি দিছে কিয় মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে।।কোনে কি খাব, সম্পূৰ্ণ ব্যক্তিগত কথা,কিয় এটা সম্প্ৰদায়ক ইমান অতাচ্যৰ।
কত লুকাই আছে এচাম বুদ্ধিজীবী?কিয় এইবোৰ issue supreme court অত নাযায়? স্বাধীনতা!! ৰাজনীতি!!
----Inzamul✍️

এখেত হৈছে ' কয়াকুছি ছোৱালী হাইস্কুল'ৰ প্ৰধান শিক্ষক তোফাজ্জল হোছেইন। আজীৱন ভেঞ্চাৰ খাটি অৱশেষত ২০২১ চনত টিউটৰ শিক্ষকৰূপ...
24/06/2025

এখেত হৈছে ' কয়াকুছি ছোৱালী হাইস্কুল'ৰ প্ৰধান শিক্ষক তোফাজ্জল হোছেইন। আজীৱন ভেঞ্চাৰ খাটি অৱশেষত ২০২১ চনত টিউটৰ শিক্ষকৰূপে স্বীকৃতি পায়। 2022-23 চনত চৰকাৰৰ আইনৰ মেৰপেচৰ বাবে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত সংযুক্ত (Amalgamate) হয়। যোৱা কিছু দিন ধৰি লিভাৰ আৰু কিডনীৰ বেমাৰত ভুগি দিছপুৰ নাৰ্ছিঙ হোমৰ আই চি ইউত ভৰ্তি হৈ আছে। বৰ্তমান অৱস্থা সংকটজনক। যিখিনি আৰ্থিক সম্বল আছিল সকলো খিনি শেষ হৈছে। গতিকে সকলোকে সামৰ্থ্য অনুযায়ী সৰ্বহাৰা ভুক্তভোগীক কিছু আৰ্থিক অনুদান আগবঢ়াবলৈ অনুৰোধ জনালোঁ । Phone Pay QR Code সন্নিৱিষ্ট কৰা হৈছে।
সকলোকে Post টো Share কৰিবলৈ আনোৰুধ জনালোঁ। ধন্যবাদ

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when Inzamul vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Inzamul vlogs:

Share