AssamExpress 365

AssamExpress 365 In this page you will get everyday all the information and news of Assam, North East, India.

13/09/2026

যি সকলে মুছলমান দেখিলেই বাংলাদেশী
বুলি আখ্যা দিয়ে তাৰ হাত ভাঙি দিয়া হ'ব
১৯৫১ চনৰ আগৰ মুছলমানক বাংলাদেশী
বুলি কলেই বিপদ হব - আমছু খিলঞ্জীয়া।

13/09/2026

13/09/2026

মন্দিয়াত অনুষ্ঠিত হ’ল অসম ভিত্তিক বিৰাট নাও খেল প্ৰতিযোগিতা।
মন্দিয়াত অনুষ্ঠিত হ’ল অসম ভিত্তিক এখন বিৰাট নাও খেল প্ৰতিযোগিতা। মন্দিয়াৰ ভেলেঙী নদীত অনুষ্ঠিত এই ৰোমাঞ্চকৰ নাও খেল চাবলৈ সমাগম ঘটে হাজাৰ হাজাৰ দৰ্শকৰ।
বৰপেটা জিলাৰ নৱগঠিত মন্দিয়া সমষ্টিৰ অন্তৰ্গত ভেলেঙী নদীত মন্দিয়াৰ যুৱ সমাজৰ সৌজন্যত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই বিৰাট নাও খেল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি নদীৰ পাৰ উৎসৱমুখৰ পৰিৱেশত পৰিণত হোৱাৰ লগতে সৃষ্টি হয় এক জনসমুদ্ৰৰ।

কলগাছিয়াৰ খৰিচালা বজাৰত চি পি আই (এম) ৰূপসী লোকেল কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী। পাকাবেতবাৰী বিধানসভা সমষ্টিৰ বেঁকী নদীৰ প...
13/09/2026

কলগাছিয়াৰ খৰিচালা বজাৰত চি পি আই (এম) ৰূপসী লোকেল কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী।
পাকাবেতবাৰী বিধানসভা সমষ্টিৰ বেঁকী নদীৰ পশ্চিম পাৰৰ তিনিখন পঞ্চায়ত প্ৰস্তাৱিত কয়াকুছি ৰাজহ চক্ৰ, হাউলী থানা আৰু ঘিলাঝাৰী-ৰূপসী ব্লকত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত।

প্ৰেমিকাক হোটেলৰ কোঠাত হা*নি খু*চি হ*ত্যা প্ৰেমিকৰ।
13/09/2026

প্ৰেমিকাক হোটেলৰ কোঠাত হা*নি খু*চি হ*ত্যা প্ৰেমিকৰ।

সৌৰভ ছাৰৰ *কু* কাণ্ড।৮ গৰাকী ছাত্ৰীৰ লগত জ*ঘ*ন্য কা*ণ্ড কৰি গ্ৰে*প্তা*ৰ হ'ল শিক্ষক সৌৰভ কুমাৰ শৰ্মা, গুৰু-শিষ্যৰ সম্পৰ্ক...
13/09/2026

সৌৰভ ছাৰৰ *কু* কাণ্ড।
৮ গৰাকী ছাত্ৰীৰ লগত জ*ঘ*ন্য কা*ণ্ড কৰি গ্ৰে*প্তা*ৰ হ'ল শিক্ষক সৌৰভ কুমাৰ শৰ্মা, গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সানিলে সৌৰভ কুমাৰ শৰ্মাই!

13/09/2026

ভাৰতীয় এগৰাকী মূলৰ মহিলা বিদেশ ৰাষ্ট্ৰত গৰুৰ মাংস খোৱাত বাধা দিবলৈ গৈ আৰক্ষীৰ জা+ল+ত।

13/09/2026

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দল!

‘মিঞা’ক ট্ৰামকাৰ্ড হিচাপে ব্যৱহাৰ কৰি ৰাজনীতি কৰাৰ অভিযোগ।

মুখ্যমন্ত্ৰীৰ শেহতীয়া বিভিন্ন বক্তব্যক কেন্দ্ৰ কৰি সৰৱ হৈ উঠিছে ৰাইজৰ দল। নিৰ্বাচনৰ সময় সমাগত হ’লেই মুখ্যমন্ত্ৰী তথা বিজেপিয়ে ‘মিঞা’ প্ৰসংগ উত্থাপন কৰি মুছলমান সমাজৰ বিৰুদ্ধে বিদ্বেষৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে দলটোৰ সম্পাদকে।

ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক অশ্ৰাফুল ইছলামে অভিযোগ কৰে যে, মুখ্যমন্ত্ৰীয়ে ‘মিঞা মুছলমানে এসময়ত অসম দখল কৰিব’ আদি মন্তব্যৰে মিঞা প্ৰসংগক এক ৰাজনৈতিক ট্ৰামকাৰ্ড হিচাপে ব্যৱহাৰ কৰি আহিছে। নিৰ্বাচনৰ সময় ওচৰ চাপিলেই মুছলমান সমাজক লক্ষ্য কৰি এনে বক্তব্য প্ৰদান কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ বক্তব্যক ‘দুমুখীয়া’ আখ্যা দিয়ে অশ্ৰাফুল ইছলামে।

শ

পুৱা ৮ বজাত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ দেহাৱসান। মৃ*ত্যু*ৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।
13/09/2026

পুৱা ৮ বজাত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ দেহাৱসান। মৃ*ত্যু*ৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।

13/09/2026

গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰত ঘোষ হোটেলত বেয়া হোৱা মিঠাই ঘুৰাই দিবলৈ অহাত গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Address

Kalgachia
Barpeta
781319

Alerts

Be the first to know and let us send you an email when AssamExpress 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AssamExpress 365:

Shortcuts

Share