News Net

News Net Latest news, Happenings from Barpeta Latest News & Happenings from Barpeta District

Here’s a look at the major Hindustan Times headlines before & after August 15, 1947:
15/08/2015

Here’s a look at the major Hindustan Times headlines before & after August 15, 1947:

20/12/2014

Barpeta Press Club will publish a list of 10 Good News for Barpeta on 1 January 2015. The inspiring news create positive vibes and make us proud in any circumstances. Do you have such news in your knowledge ? Just write to us in 2-3 sentences before 25 December 2014.

সাংবাদিকসকলৰ সৈতে মত বিনিময়ৰ সময়ত বৰপেটা জিলাৰ নৱ নিযুক্ত উপায়ুক্ত বৰ্ণালী ডেকা ৷
06/12/2014

সাংবাদিকসকলৰ সৈতে মত বিনিময়ৰ সময়ত বৰপেটা জিলাৰ নৱ নিযুক্ত উপায়ুক্ত বৰ্ণালী ডেকা ৷

Big Breaking :Most wanted jihadi Sahanur Alam arrested  !
05/12/2014

Big Breaking :
Most wanted jihadi Sahanur Alam arrested !

04/12/2014

BREAKING NEWS
বৰপেটা-হাউলী পথত পথ দুৰ্ঘটনা ৷ ৰৈ থকা ট্ৰাকত অটো ভানৰ খুন্দা ৷ চন্দ্ৰ মণ্ডল নামৰ এজন লোক নিহত ৷

News Flashৰাজ্যৰ বন বিভাগে অহা ৯ জানুৱাৰীত কাজিৰঙাৰ  পৰা মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ স্থানান্তৰ কৰিব ২৫ টা দল হৰিণা ৷ বাৰ...
28/11/2014

News Flash
ৰাজ্যৰ বন বিভাগে অহা ৯ জানুৱাৰীত কাজিৰঙাৰ পৰা মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ স্থানান্তৰ কৰিব ২৫ টা দল হৰিণা ৷ বাৰশিঙীয়া এই ২৫ টা দল হৰিণাৰ ভিতৰত আছে ৮ টা মতা আৰু ১৮ টা মাইকী হৰিণা ৷

27/11/2014
26/11/2014

Breaking
বৰপেটাৰ নতুন উপায়ুক্ত ৰূপে আই এ এছ বিষয়া বৰ্ণালী ডেকাৰ কাৰ্যভাৰ গ্ৰহণ ৷ পূৰ্বৰ উপায়ুক্ত ড: সিদ্ধাৰ্থ সিংহক বিদায় সম্বৰ্ধনা বিষয়া-কৰ্মচাৰীৰ ৷

দেশৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অসম সন্তান অৰ্ণব গোস্বামী ৷ ইণ্ডিয়া টুডেৰ  সমীক্ষাত বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানতকৈও আগ...
23/11/2014

দেশৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অসম সন্তান অৰ্ণব গোস্বামী ৷ ইণ্ডিয়া টুডেৰ সমীক্ষাত বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানতকৈও আগত স্থান লাভ কৰিলে Times Now ৰ সম্পাদকগৰাকীয়ে ৷

18/11/2014

Breaking Now:
বৰপেটা জিলাত নতুন উপায়ুক্ত নিযুক্তি ৷ শীৰ্ষ আই এ এছ বিষয়া বৰ্ণালী ডেকা বৰপেটাৰ নতুন উপায়ুক্ত ৷

Photo by: P.R.Das
16/11/2014

Photo by: P.R.Das

Address

Barpeta
781301

Website

Alerts

Be the first to know and let us send you an email when News Net posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Net:

Share