NP News Assam

NP News Assam NP News Assam is a digital media platform. We bring you latest news, local updates

05/09/2026
happy independence day
15/08/2026

happy independence day

পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত নকুছি পাথাৰৰ সহৰ আলীৰ কন‍্যা সাজিনা পাৰবিন নিখোঁজ ।যদি কোনো সদাশয় ব‍্যক্তিয়ে দেখা পায় তেতিয়...
14/08/2026

পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত নকুছি পাথাৰৰ সহৰ আলীৰ কন‍্যা সাজিনা পাৰবিন নিখোঁজ ।যদি কোনো সদাশয় ব‍্যক্তিয়ে দেখা পায় তেতিয়াহ’লে তলত দিয়া নম্বৰৰ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

লাভলীনাৰ সাফল্যত গৌৰৱান্বিত অসম মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোক সেৱা ভৱনত শেহতীয়া গ্লাছগ’ কমনৱেলথ গ...
13/08/2026

লাভলীনাৰ সাফল্যত গৌৰৱান্বিত অসম

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোক সেৱা ভৱনত শেহতীয়া গ্লাছগ’ কমনৱেলথ গেমছত বক্সিঙৰ ৭৫ কিল'গ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি দেশ তথা অসমৰ নাম উজলাই তোলা শ্ৰীলাভলীনা বৰগোহাঁইক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

তেখেতৰ এই গৌৰৱময় সাফল্যৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩০ লাখ টকাৰ চেক প্ৰদান কৰে ।অসমৰ গৌৰৱ লাভলীনাই কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মাননীয় মুখ্যমন্ত্ৰীক দুটা জাৰ্ছি উপহাৰস্বৰূপে প্ৰদান কৰে।

উজনিৰ বানপীড়িত ৰাইজৰ সাহায্য আৰু পুনৰ্বাসনৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান বিটিচিৰ মুখ্য কাৰ্যবা...
12/08/2026

উজনিৰ বানপীড়িত ৰাইজৰ সাহায্য আৰু পুনৰ্বাসনৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ

১৫ আগষ্টৰ দিনা ৩টা দাবীৰে অনশনত বহিব বিধায়ক অখিল গগৈ। শিৱসাগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ বহ...
12/08/2026

১৫ আগষ্টৰ দিনা ৩টা দাবীৰে অনশনত বহিব বিধায়ক অখিল গগৈ। শিৱসাগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ বহিব অনশনত।

12/08/2026

05/08/2026

# #
সাৱধান! এইবাৰ ভূটানে এৰিব পানী। যিকোনো মুহূৰ্ততে নামনি অসমত হ'ব জলপ্ৰলয়! মানি চলক প্ৰশাসনৰ নিৰ্দেশনা। জাৰি কৰিলে কেতবোৰ নিৰ্দেশনা।

Address

Kayakuchi
Barpeta

Website

Alerts

Be the first to know and let us send you an email when NP News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share