News 10 NE

News 10 NE News 10 অসমৰ এক ডিজিটেল সংবাদ মাধ্যম।
(2)

02/09/2026

♦️BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰামপুৰ গাঁৱৰ বাসিন্দা তথা GMCH-ৰ MBBS ছাত্ৰ বিবেক ভট্টৰাইলৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।
♦️ছাত্ৰজনৰ উচ্চ শিক্ষা গঢ়ি তোলাৰ উদ্দেশ্যে আগবঢ়োৱা এই মহানুভৱতা আৰু সহায়ৰ বাবে হাগ্ৰামা মহিলাৰীক ধন‍্যবাদ জ্ঞাপন কৰিলে বিবেক ভট্টৰায়ে ।

02/09/2026

♦️BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মেধাৱী দুখীয়া ছাত্ৰ -ছাত্ৰীক আৰ্থিক সহায় কৰি আছে! তাতেই UPPL নেত্বতৃৰ চকু বিষ কিন্ত কিয়?
বুলি মন্তৱ‍্য Youth BPF ৰ Vice President kastom Basumatary ৰ

♦️BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত MBBSত অধ্যয়নৰত বাক্সাৰ দিহিৰাৰ আৰামপুৰৰ বাস...
02/09/2026

♦️BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত MBBSত অধ্যয়নৰত বাক্সাৰ দিহিৰাৰ আৰামপুৰৰ বাসিন্দা *বিবেক ভট্টৰাইক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিলে।

♦️এই উদাৰ সহায়ে তেওঁক চিকিৎসা বিজ্ঞানৰ শিক্ষা অব্যাহত ৰাখি চিকিৎসক হোৱাৰ সপোন পূৰণ কৰাত সহায় কৰিব।

♦️BTC ৰ চীফ হাগ্ৰামা মহিলাৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত...
02/09/2026

♦️BTC ৰ চীফ হাগ্ৰামা মহিলাৰীয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত (DUIET) ইলেক্ট্ৰনিকছ আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিংত অধ্যয়নৰত বাক্সাৰ কোকলাবাৰীৰ বাসিন্দা সামাইশ্ৰী কাছাৰীক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিলে।

02/09/2026

BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত BPF দলৰ লগতে বিজেপি আৰু অন্যান্য মিত্ৰ দলৰ নেতা-কৰ্মীসকলক লৈ এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।

♦️BTC প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ মুছলপুৰৰ মেধাৱী MBBS ছাত্ৰ মিতিংগা ৰামচিয়াৰীক ২ লাখ টকাৰ আৰ্থিক সাহায...
02/09/2026

♦️BTC প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ মুছলপুৰৰ মেধাৱী MBBS ছাত্ৰ মিতিংগা ৰামচিয়াৰীক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিলে।

02/09/2026

♦️BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত MBBSত অধ্যয়নৰত বাক্সাৰ মেধাঘাটৰ বাসিন্দা অঞ্জন ডেকাক ২ লাখ টকাৰ আৰ্থিক সাহায্য* প্ৰদান কৰিছে।
♦️এই সাহায্যই তেওঁক চিকিৎসা বিজ্ঞানৰ শিক্ষা অব্যাহত ৰাখি চিকিৎসক হোৱাৰ সপোন পূৰণ কৰাত সহায় কৰিব।

♦️BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত MBBSত অধ্যয়নৰত বাক্সাৰ বৰমাৰ দীঘলীৰ বাসিন্দা ছাত্ৰী হেনা স...
02/09/2026

♦️BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত MBBSত অধ্যয়নৰত বাক্সাৰ বৰমাৰ দীঘলীৰ বাসিন্দা ছাত্ৰী হেনা স্বৰ্গীয়াৰীক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান আগবঢ়ালে।

02/09/2026

North-East Minorities Students' Union(NEMSU)
উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত ঘোৰামাৰা আঞ্চলিক সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত BTC নেমছুৰ সভাপতি হাফিজুল ইছলামৰ মন্তৱ‍্য

01/09/2026

♦️BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ বাসিন্দা তথা বৰপেটা চিকিৎসা মহাবিদ্যালয়ত MBBSত অধ্যয়নৰত ছাত্ৰী ক্ৰিয়তি বড়োক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিলে।

Address

Basugaon
783373

Alerts

Be the first to know and let us send you an email when News 10 NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News 10 NE:

Shortcuts

Share