27/10/2025
"স্কুলত পাঠদান বন্ধ কৰি চৰকাৰী আঁচনি লাইভ দেখুৱালে ল'ৰা ছোৱালীৰ পঢ়া শুনা ক্ষতি নহয়, কিন্ত জুবিনক্ষেত্ৰলৈ অনুৰাগী গ'লে ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত অসুবিধা হয় বুলি কেনেকৈ জানিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া?" - পলাক্ষী দাস, কংগ্ৰেছ মুখপাত্ৰ