09/09/2026
সুদীৰ্ঘ ১২ বছৰ কাল অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ সমিতিৰ সম্পাদক দৰে দায়িত্ব পালন কৰা বিষ্ণু শ ইকীয়াৰ পদত্যাগ।
আজি আনুষ্ঠানিকভাৱে বীৰ লাচিত সেনাৰ যোগদান কৰিৱ।
শিৱসাগৰ ফুকনৰ নগৰ বাসভৱনত দল সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ শুভেচ্ছা জ্ঞাপন কৰিছে।