DpeopleS TIME

DpeopleS TIME positive Information and infomative video. Culture and Science. folk and social issue.

01/10/2025
27/09/2025

বিটিএডি নিৰ্বাচনে দিলে চমক:
বিপিএফ:২৭
ইউপিপিএল: ৭
বিজেপি: ৬
নি:শেষ হ'ব নেকি ইউপিপিএল!?

25/09/2025

Justice for Zubeen Garg. ন্যায় পাওক।
বিশৃংখল নহওক কোনো।

আমাক বৰ বেয়ালৈ ঠগিলা জুবিন!আমাৰ বুকুত চিৰকাল থাকিবা তুমি।🙏
20/09/2025

আমাক বৰ বেয়ালৈ ঠগিলা জুবিন!
আমাৰ বুকুত চিৰকাল থাকিবা তুমি।🙏

20/09/2025

বহুত কষ্ট!
যেন জাতিটোৰেই কষ্ট!!
উশাহেও হেৰুৱাব খুজিছে বাট।
জুবিনময় হুমুহিয়াহ

19/09/2025

জুবিন গাৰ্গ আৰু নাই।
বৰ কষ্টকৰ।
হতচকিত!

14/09/2025

ভূমিকম্পই কম্পন দি গ'ল।
৫খন দেশ কঁপাই গ'ল।
ঢেকিয়াজুলিৰ পৰা ১৬ কিমি দূৰৈত অভিকেন্দ্ৰ।

14/09/2025

বাঘে-ছাগে একেলগে #
আদৰ্শৰ ৰাজনীতি সদায়েই আদৰণীয় #
(পুৰণি ফাইলৰ পৰা)
゚viralシfypシ゚viralシalシ

20/06/2025

ৰাভাদেৱ ক'ত নাই?...
এই পৱিত্ৰ ক্ষণত শ্ৰদ্ধাঞ্জলি জনালো








#কলাগুৰু
#ৰাভাসংগীত

15/06/2025

আজি হেনো পিতৃ-দিৱস।
পিতালৈ শ্ৰদ্ধাঞ্জলি জনালো।

Address

Bihta

Alerts

Be the first to know and let us send you an email when DpeopleS TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DpeopleS TIME:

Share

Category