G News

G News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from G News, Media/News Company, .

সমুহ উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীলৈ G News ৰ তৰফৰ পৰা শুভেচ্ছা জনালো।
13/02/2025

সমুহ উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীলৈ G News ৰ তৰফৰ পৰা শুভেচ্ছা জনালো।

27/09/2024

উলুবাৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গুৱাহাটী GNRC হস্পিতালৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ সফল সামৰণি।

28/01/2024

পদ্মশ্ৰী বঁটা প্ৰাপক সোমেশ্বৰ বসুমতাৰীক চিৰাং আছুৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা।*

21/10/2023

অন্য অন্য প্ৰান্তৰ লগতে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত লাবদাংগুৰী গাওঁতো শ্ৰী শ্ৰী দুৰ্গা পুজা সমিতিৰ উদ্যোগত শাৰদীয় দুৰ্গা পুজা আৰু মেলাৰ আয়োজন।

বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰী শাখা ছাত্ৰ সন্থাই আয়োজন কৰিছে প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।
06/10/2023

বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰী শাখা ছাত্ৰ সন্থাই আয়োজন কৰিছে প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।

16/06/2023

চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বিজনীত আছুৰ প্ৰতিবাদী সমদল আৰু বিক্ষোভ কাৰ্যসূচী।শিক্ষামন্ত্ৰী ৰনোজ পেগুক কাঠৰ মুৰা আখ্যা আছুৰ।

13/06/2023

বিজনীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ ।

11/06/2023

বিজনী চহৰৰ একমাত্ৰ বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ মজিয়াত পানী।পানী গছকি পাঠ গ্ৰহণ কণকণ ছাত্র-ছাত্ৰীৰ।

10/06/2023

বিজনী মহাবিদ্যালয়ত অনুষ্ঠিত নাক' মূল্যায়কৰ প্ৰস্তুতিৰ কৰ্মশালা। 'প্ৰতিভা' আৰু 'অন্বেষা' শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন।

05/06/2023

বিজনীত SSB ৰ উদ্যোগত পালিত বিশ্ব পৰিবেশ দিৱসত অংশগ্ৰহণ SSB ৰ ১৫ নং বেটেলিয়নৰ কামানডেণ্ট বিষয়া নিৰজ চান্দ।

02/05/2023

কণমানি সুবৰ্ণ ৰায়ৰ কন্ঠত ৰাকেশ ৰিয়ানৰ আইৰে বিননী গীতটি।

23/04/2023

বিজনী হৰিচাঁদ সেৱা সংঘ চিদুল কাষ্ট ছাত্ৰাবাসৰ সাধাৰণ সভা।

Address


Telephone

+916000318710

Website

Alerts

Be the first to know and let us send you an email when G News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to G News:

  • Want your business to be the top-listed Media Company?

Share