BTime NE

BTime NE গণতন্ত্ৰৰ আপোচবিহীন কন্ঠ

📌মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বিজনীত আটক তিনি প্ৰবঞ্চককাৰী।📌ধৃত প্ৰৱঞ্চক তিনিটা ক্ৰমে বি...
05/09/2026

📌মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বিজনীত আটক তিনি প্ৰবঞ্চককাৰী।

📌ধৃত প্ৰৱঞ্চক তিনিটা ক্ৰমে বিজনীৰ দংশিয়াপাৰাৰ আব্দুল হাই নাগৰী, বাঘমাৰাৰ নবিৰ হুছেইন আৰু বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ মজমুল হক।

28/08/2026

✅নগাঁও লোকসভা সমষ্টিত এ-আই-ইউ-ডি-এফ দলত প্ৰাৰ্থীত্ব কেন্দ্ৰিক কোনো বিসম্বাদ নাই।

✅অপপ্ৰচাৰত ভোল নাযাবলৈ নগাঁও লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজক আহ্বান প্ৰাক্তন বিধায়ক আমিনুল ইছলামৰ।

📌BTC ৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যু।
26/08/2026

📌BTC ৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যু।

বিজনীত আমছুৰ শৈক্ষিক সজাগতা সভা।
23/08/2026

বিজনীত আমছুৰ শৈক্ষিক সজাগতা সভা।

23/08/2026

শিয়ালমাৰীত ব্যৱসায়ীক অতৰ্কিতে আক্ৰমণ বন্দুকধাৰী ব্যক্তিৰ।

বিজনীৰ আমগুৰি অঞ্চলৰ এগৰাকী ব্যৱসায়ীক অতৰ্কিতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি বিজনী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী ছফিৰুল ইছলামৰ।

ইচলামে এজাহাৰত উল্লেখ কৰা অনুসৰি, ২১ আগষ্ট ২০২৬, শুকুৰবাৰে দুপৰীয়া প্ৰায় ১:৩০ বজাত শিয়ালমাৰী ধান মিলৰ কাষত এই ঘটনা সংঘটিত হয়।

অভিযোগ অনুসৰি, ৰফিকুল ইছলাম ( ৪২) ভূষণ ৰহমান(২৯) সহ আন কেইবাজনো ব্যক্তিয়ে এজাহাৰকাৰীক অতৰ্কিতভাৱে আক্ৰমণ কৰি মাৰপিট কৰে।

ব্যৱসায়িক কাম-কাজক কেন্দ্ৰ কৰি পূৰ্বৰ বিবাদৰ পৰিণতিতে এই আক্ৰমণ সংঘটিত হোৱা বুলি এজাহাৰত অভিযোগ কৰা হৈছে। আক্ৰমণত এজাহাৰকাৰীৰ শৰীৰৰ বিভিন্ন অংশত আঘাত লাগে বুলি জানিব পৰা গৈছে।

ঘটনাৰ সন্দৰ্ভত এজাহাৰকাৰীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰি অভিযুক্তসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে।
ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ভুক্তভোগী ছফিকুল ইচলামে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয় যে অতৰ্কিতে আক্ৰমণ কৰা কেইজনৰ ভিতৰত এজনৰ লগত আছিলে পিস্তল। পিছত স্থানীয় লোকে কাজিয়া দেখি ঘটনাস্থলীত জমা হোৱাত পিষ্টলধাৰীয়ে পলাই পত্ৰং দিয়ে । পিছত বিজনী আৰক্ষীক পিস্তলৰ কথা অৱগত কৰাত বিজনী আৰক্ষীয়ে ৰফিকুল ইছলামৰ ঘৰত অভিযান চলাই এটা পিস্তল চাৰিটা গুলী উদ্ধাৰ কৰে বুলি জানিব দিয়ে।

এই সন্দৰ্ভত বিজনী আৰক্ষীৰ তদন্ত অব্যাহত আছে।

📌ব্ৰজগোপাল সৰকাৰক সদৌ বি,টি,চি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ।📌পূৰ্বে কা...
22/08/2026

📌ব্ৰজগোপাল সৰকাৰক সদৌ বি,টি,চি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ।

📌পূৰ্বে কাৰ্যকৰী সভাপতি আছিল ব্ৰজগোপাল সৰকাৰ।

✅১০০ টকাত কপাল ফুলিল বিজনীৰ ভালাতলৰ ছামিৰ আলীৰ।
18/08/2026

✅১০০ টকাত কপাল ফুলিল বিজনীৰ ভালাতলৰ ছামিৰ আলীৰ।

গেৰুকাবাৰী গাঁওৰ দৰিদ্ৰ ৰফিকুল ইছলামৰ কণ্যা ৰেশ্মিনা বেগমে জৱাহৰ নৱদয় বিদ্যালয়,চিৰাঙৰ পৰা উচ্চতৰ মাধ্যমিকত ৮৬.৮% নম্বৰ ল...
03/08/2026

গেৰুকাবাৰী গাঁওৰ দৰিদ্ৰ ৰফিকুল ইছলামৰ কণ্যা
ৰেশ্মিনা বেগমে জৱাহৰ নৱদয় বিদ্যালয়,চিৰাঙৰ পৰা উচ্চতৰ মাধ্যমিকত ৮৬.৮% নম্বৰ লাভ।

গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকত ইংৰাজী গুৰুবিষয় লৈ নাম ভৰ্তি।

মেধাৱী ছাত্ৰীগৰাকীক আমছুৰ বিজনী জিলা সমিতিৰ সম্ভৰ্ধনা জ্ঞাপন।

শিৱসাগৰৰ জেঙনীকটিয়াৰ ১৯ বছৰীয়া হবিবুৰ ৰহমান নিৰুদ্দেশ।যোৱা ২৫ জুলাইৰ পৰা নিখোজ যুৱকজন।পুত্ৰক বিচাৰি হাহাকাৰ কৰিছে পিতৃ-...
02/08/2026

শিৱসাগৰৰ জেঙনীকটিয়াৰ ১৯ বছৰীয়া হবিবুৰ ৰহমান নিৰুদ্দেশ।

যোৱা ২৫ জুলাইৰ পৰা নিখোজ যুৱকজন।

পুত্ৰক বিচাৰি হাহাকাৰ কৰিছে পিতৃ-মাতৃয়ে।

যুৱকজনৰ সম্ভেদ পালে 9085766571 অথবা
8638689875 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়ালৰ লোকৰ।

কেঁচু খান্দোতে ওলাল সাপ!
31/07/2026

কেঁচু খান্দোতে ওলাল সাপ!

Address

Bijni
783390

Website

Alerts

Be the first to know and let us send you an email when BTime NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BTime NE:

Shortcuts

Share