BIJNI first 24

BIJNI first 24 𝐁𝐢𝐣𝐧𝐢 𝐅𝙞𝐫𝐬t 𝟐𝟒
𝐬𝐨𝐜𝐢𝐚𝐥 𝐦𝐞𝐝𝐢𝐚 𝐧𝐞𝐰𝐬
𝙵𝚘𝚛 𝙰𝚍𝚟𝚎𝚛𝚝𝚒𝚜𝚒𝚗𝚐 97066 82972

13/09/2025

🛑বিজনীৰ জিলা বিপিএফ কাৰ্যালত যোগদান কাৰ্যসূচী।

🔴১৭ নং সুভাইঝাৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰী জয় নিশ্চিত ।

12/09/2025

⛔চিৰাঙত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।

🛑দলীয় প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ।

12/09/2025

১৮ নং মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

⛔কোচ - ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আজি বাজপেয়ী ভৱণত বিজেপি দলত যোগদান কৰিব ৷ 🛑বিশ্বজিৎ ৰায়ৰ সতে KA...
12/09/2025

⛔কোচ - ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আজি বাজপেয়ী ভৱণত বিজেপি দলত যোগদান কৰিব ৷

🛑বিশ্বজিৎ ৰায়ৰ সতে KACৰ দুই কাৰ্যবাহী পাৰিষদ, এজন সদস্য আৰু কেবাজনো কোচ- ৰাজবংশী ।

12/09/2025

বিপিএফৰ প্ৰাৰ্থী খলিলুৰ ৰহমানে দহ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ব।

11/09/2025

⛔বিজনীৰ পাণবাৰীত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ।

🛑১৮ নম্বৰ মানস চেৰফাং সমষ্টিত নিৰ্বাচনী সভাত অংশ গ্ৰহণ ।

11/09/2025

⛔বিজনীৰ পালেংবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

🛑থুৰিবাৰী পৰিষদীয় সমষ্টিৰ দলীয় সভাত অংশ গ্ৰহণ ।

11/09/2025

১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ পালেংবাৰীত বিশাল নিৰ্বাচনী জনসভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

10/09/2025

ধুবুৰীৰ গোলকগঞ্জত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জোঁৰ সমদল ।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত  NDAৰ প্ৰাৰ্থী  চি পি ৰাধাকৃষ্ণণ।
09/09/2025

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত NDAৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণ।

09/09/2025

⛔একালৰ সতীৰ্থ তথা হাগ্ৰামা মহিলাৰীক শুকুৰ আলী আখ্যা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ।

🔴যাৰ কথা বিলাক আবুল তাবুল কৈ আছে।

🛑আজিৰ দিনত হাগ্ৰামা মহিলাৰীয়ে যিধৰনে কথা কয় আমাৰ বড়ো জাতিৰ শুকুৰ আলী।

08/09/2025

বিজনীৰ ১ নং দংশীয়াপাৰাত এজনী ছোৱালীক ধ*ৰ্ষ*ণ*ৰ চেষ্টা কৰা লম্পট খলিল আলীক কঠোৰ শাস্তি বিহাৰ দাবী ৰাষ্ট্ৰীয় বজৰংগ দলৰ।

Address

Bijni
783390

Alerts

Be the first to know and let us send you an email when BIJNI first 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BIJNI first 24:

Share