West Assam

West Assam SYCHARIKIA BROADCAST & MEDIA Pvt Ltd
(2)

04/05/2026

সৃজনগ্ৰাম বিধান সভা সমষ্টিত নুৰুল ইছলামৰ বৃহৎ জয়।

04/05/2026
04/05/2026

বৰইচালনাত NSUI ৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। ৪০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন।

28/04/2026

কীৰ্তনৰপাৰাৰ মডেল একাডেমীত উখল মাখল পৰিৱেশ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল লৈ কীৰ্তনপাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মডেল একাডেমীয়ে।

07/04/2026

সৃজনগ্ৰাম সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলামৰ শক্তি প্ৰদৰ্শন। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনাখন প্ৰায় ১০ সহস্ৰাধিক সমৰ্থক সহ বিশাল বাইক ৰেলী ইছলামৰ।

#তাজুভাই২

06/04/2026

06/04/2026

ইমৰান প্ৰতাপগাৰীৰ উপস্থিতত নুৰুল ইছলামৰ সমৰ্থনত বালাপাৰাত উলাই আহিল হাজাৰ হাজাৰ ৰাইজ

05/04/2026

বালাপাৰাত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

04/04/2026

মন্দিয়া বিধানসভা সমষ্টিৰ বালিগাঁৱ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই সাংসদ শাইনী ঘোষ

04/04/2026

সৃজনগ্ৰাম সমষ্টিৰ চাকলাত কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলামৰ নিৰ্বাচনী সভাত নাদিম জাবেদৰ ভাষণ ।

Address

Dangaigaon
Bijni

Alerts

Be the first to know and let us send you an email when West Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to West Assam:

Share