Global Mobile & Accessories BIJNI

Global Mobile & Accessories BIJNI This page is for uppl politicians ...nd know about our party and join with ud and follow our page and support us for good work....

05/09/2026

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত
ঠগ প্রবঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
বিজনীত আটক তিনি প্ৰৱঞ্চক।

14/07/2026
14/07/2026

স্বামী কেৰেলাত নিশা ঘৰৰ বেৰ কাটি উধাও পত্নী
১৯ বছৰীয়া যুৱকৰ সৈতে উধাও ২৬ বছৰীয়া দুই সন্তানৰ মাতৃ ফাতেমা খাতুন
নগাঁও জিলাৰ ১ নং লাঙ্গীয়া গাঁৱত এই ঘটনা।

09/07/2026

এইবাৰ উচ্ছেদ চলিব BTC ত
BTC অঞ্চলৰ ৯০০ৰো অধিক বিঘা ভূমিত চলিব উচ্ছেদ
উচ্ছেদৰ পূৰ্বে পৰিয়ালসমূহক অন্য স্থানত দিয়া হ'ব মাটি
মন্তব্য হাগ্রামা মহিলাৰীৰ।

09/07/2026

৬০ বছৰীয়া শহুৰেকৰ সৈতে যৌন সম্পর্ক
২৪ বছৰীয়া বোৱাৰী প্ৰীতিৰ
এই সম্পৰ্কৰ প্ৰতিবাদ কৰাৰ বাবেই শাহুৱেকক হত্যা শহুৰেকৰ সৈতে প্ৰীতিয়ে প্ৰায়েই কৰিছিল শাৰীৰিক সম্পৰ্ক
আৰক্ষীৰ জালত বোৱাৰী-শহুৰ?

Address

Bijni
GLOBALMOBILE&ACCESORIESBIJNI

Alerts

Be the first to know and let us send you an email when Global Mobile & Accessories BIJNI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share