Amjad-Vlogs

Amjad-Vlogs আপনি যদি আমার পেজে নতুন হয়ে থাকেন তাহলে অনুগ্রহ করে ফলো করুন, ধন্যবাদ**
(1)

মুখ্যমন্ত্ৰীৰ নিৰ্দেশতঠগ প্রবঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানবিজনীত আটক তিনি প্ৰৱঞ্চক।
05/09/2026

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত
ঠগ প্রবঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
বিজনীত আটক তিনি প্ৰৱঞ্চক।

02/09/2026

বানপীড়িত নেপালৰ মাজেৰে কণমানি ভনীয়েকক কঢ়িয়াই লৈ ফুৰিছে ল’ৰাই পিতৃ-মাতৃৰ সন্ধানত
বানপীড়িত নেপালৰ এটা হৃদয়বিদাৰক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত দেখা গৈছে এজন কণমানি ল’ৰাই নিজৰ পিতৃ-মাতৃক বিচাৰি নিজৰ কণমানি ভনীয়েকক পিঠিত লৈ।
বিধ্বংসী বানৰ পিছতে শিশুকেইটা পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰা বুলি জানিব পৰা গৈছে। দুয়োটা শিশুৱে বানাক্ৰান্ত অঞ্চলটোৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ সময়ত মুখত আঁচোৰ আৰু আঘাত পোৱা দেখা যায়।
আৱেগিক দৃশ্যই বহু লোকক চুই গৈছে আৰু দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত শিশুসকলৰ দুখ-কষ্টৰ ওপৰত আলোকপাত কৰিছে।


01/09/2026

হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে
UPPLৰ প্ৰতিবাদ।

01/09/2026

য'তেই মুচলমানৰ ওপৰত অত্যাচাৰ হৈছে প্ৰকৃতিয়ে দেখুৱাইছে তাণ্ডৱ
নেপাল আৰু শিৱসাগৰৰ উদাহৰন।

30/08/2026

নেপালত প্ৰকৃতিৰ তাণ্ডৱ।
কেনেকৈ প্রকৃতিয়ে ধ্বংস কৰিলে নেপাল।

30/08/2026

The viral blue house in Nepal

26/08/2026

নেপালত ভয়াৱহ বানপানী

16/08/2026
13/08/2026

দেব-দেবীর রূপ ধারণ করে অশ্লীলতায় লিপ্ত হওয়া বিশ্বাসের প্রতি এক গুরুতর অপমান; এই ধরনের কাজের প্রকাশ্য বিরোধিতা করা উচিত।

এই কি উন্নয়ন? নাকি অবিচাৰ ?
06/08/2026

এই কি উন্নয়ন?
নাকি অবিচাৰ ?

Address

Bijni

Alerts

Be the first to know and let us send you an email when Amjad-Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Amjad-Vlogs:

Shortcuts

Share