29/09/2025
📌চিৰাঙৰ বিজনী ছোৱালী হাইস্কুল খেলপথাৰত বিজনীবাসী ৰাইজৰ উদ্যোগত সদ্য প্ৰয়াত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ।
📌সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, সমাজৰ আৰ্থিকভাৱে দুৰ্বল ২০ গৰাকীকৈ লোকলৈ বস্ত্ৰদান, জুবিন সোঁৱৰণ সভা অনুষ্ঠিত।
📌বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বিজনী মহকুমাধিপতিৰ কাৰ্যালয়লৈ যোৱা পথটো "জুবিন গাৰ্গ পথ" নামেৰে নামাকৰণ।