জীৱেশ ৰায় বাহিনী বিলাসীপাৰা

  • Home
  • India
  • Bilasipara
  • জীৱেশ ৰায় বাহিনী বিলাসীপাৰা

জীৱেশ ৰায় বাহিনী বিলাসীপাৰা আমাৰ ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিত খিলঞ্জীয়া ভূমিপুত্র যুৱ নেতা। আমাৰ গৌৰৱ। জীৱেশ ৰায় ডাঙৰীয়া।

আজি ৰাজ্যিক কাৰ্যালয়ত আয়োজিত ৰাজ্যিক সাংগঠনিক কৰ্মশালাৰ উদ্বোধনী সত্ৰত উপস্থিত থাকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্...
17/08/2025

আজি ৰাজ্যিক কাৰ্যালয়ত আয়োজিত ৰাজ্যিক সাংগঠনিক কৰ্মশালাৰ উদ্বোধনী সত্ৰত উপস্থিত থাকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধনী ভাষণ আগবঢ়াই সকলোকে উদ্বুদ্ধ কৰে।

মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতৰ ভাষণত দলক অধিক শক্তিশালী ৰূপত ৰাইজৰ মাজলৈ লৈ যাবলৈ সকলোকে সক্ৰিয়তাৰে কাম কৰিবলৈ আহ্বান জনায়।

উদ্বোধনী সত্ৰত মাননীয় কে এ চি প্রধান তথা ধুবুৰী জিলা সহ-প্রভাৰী Jibesh Ray ডাঙৰীয়া ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত অৰুণ সিং ডাঙৰীয়া, ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত হৰিশ দ্বিবেদী ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া উপস্থিত থাকে।

📽️ জিলিঙনি -১৩ আগষ্ট ২০২৫ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বনৰগাঁও আৰু গোমা পৰিষদীয় সমষ্টিত পৃথকে পৃথকে আয়োজিত দুখনকৈ 'বিজয় সং...
14/08/2025

📽️ জিলিঙনি -১৩ আগষ্ট ২০২৫ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বনৰগাঁও আৰু গোমা পৰিষদীয় সমষ্টিত পৃথকে পৃথকে আয়োজিত দুখনকৈ 'বিজয় সংকল্প সভা'ত মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়া,মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত Dilip Saikia আৰু মাননীয় কে এ চি প্রধান Jibesh Ray ডাঙৰীয়া আজি ডাঙৰীয়াই অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলক সম্বোধন কৰে।

প্ৰতিকূল বতৰকো নেওচি ওলাই অহা কেইবা সহস্ৰাধিক পৰম শ্ৰদ্ধাৰ ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে এইবাৰ বিটিআৰবাসীয়ে বিজেপিক আশীৰ্বাদ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজিৰ সভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিটিআৰত উন্নয়নৰ নতুন দিগন্তৰ সূচনা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিবলৈ ৰাইজলৈ আহ্বান জনায়।

আজি বিশাল সভাখনত মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই কাৰ্যকৰ্তাসকলক সম্বোধন কৰি শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত বিটিআৰ-ৰ বাবে আগন্তুক বিটিআৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচণ্ড বিজয়ৰ বাবে সকলোকে দৃঢ় সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

মাননীয় কে এ চি প্রধান Jibesh Ray ডাঙৰীয়া আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ২ নং গুমা সমষ্টিৰ মা মহামায়া খেলপথাৰ, সত্যপুৰত অ...
13/08/2025

মাননীয় কে এ চি প্রধান Jibesh Ray ডাঙৰীয়া আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ২ নং গুমা সমষ্টিৰ মা মহামায়া খেলপথাৰ, সত্যপুৰত অনুষ্ঠিত বিশাল বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। প্ৰতিকূল বতৰ সত্বেও জনগণৰ বিপুল উপস্থিতি আৰু উৎসাহেই স্পষ্ট কৰি দিলে— বি.টি.চিত এইবাৰ বিজেপি চৰকাৰ।

সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়া, বিজেপি অসম প্ৰদেশৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় অশোক সিংহল ডাঙৰীয়াৰ লগতে বহু গণ্যমান্য ব্যক্তিত্ব আৰু বিপুল সংখ্যক জনগণ উপস্থিত থাকে ।

Jibesh Roy Fans Club
জীৱেশ ৰায় অনুৰাগী

Address

Bilasipara

Website

Alerts

Be the first to know and let us send you an email when জীৱেশ ৰায় বাহিনী বিলাসীপাৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to জীৱেশ ৰায় বাহিনী বিলাসীপাৰা:

Share