TIME 18 Axom

TIME 18 Axom সত্য আৰু মানৱতাৰ সন্ধানত।

05/07/2024

ফকিৰগঞ্জত সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ ওপৰত বানাক্ৰান্ত ৰাইজৰ ক্ষোভ।

05/05/2024

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ প্ৰাক্ মহুৰ্তত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে বিলাসীপাৰাত এখন সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বদৰুদ্দিন আজমলে।
@

12/10/2023

অৱশেষত "নিজ খুড়ীৰ দহ লাখ টকা আত্মসাৎ কৰা" গোচৰত গ্ৰেপ্তাৰ বিলাসীপাৰাৰ সাংবাদিক বেল্লাল হুছেইন ।

11/10/2023

"সাংবাদিক বেল্লাল হুছেইনে দহ লাখ টকা আত্মসাৎ কৰা" সংক্ৰান্তত Time 18 Axom ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বেল্লাল হুছেইনৰ দেউতাকে কি মন্তব্য আগবঢ়ালে ?

10/10/2023

নিজ ভতিজা সাংবাদিক বেল্লাল হুছেইনে লুটিলে খুড়ীৰ ১০ লাখ টকা ।
ভতিজাৰ বিৰুদ্ধে থানাত গোচৰ দায়েৰ ।
Dhubri Police

15/05/2023

■বিলাসীপাৰাত মাতাব্বৰৰূপী সাংবাদিক আৰু নেতাৰ বিৰুদ্ধে থানাত গোচৰ ভুক্তভোগী মহিলাৰ ।
■বস্ত্ৰহীন ফটো ভাইৰাল কৰা ব্যক্তিৰ বিৰুদ্ধেও গোচৰ ভুক্তভোগী মহিলাৰ।
■ বস্ত্ৰহীন ফটো দেখুৱাই অবৈধ সম্পৰ্ক গঢ়াৰ প্ৰস্তাৱ ভুক্তভোগী মহিলালৈ ।
■প্ৰস্তাৱ অগ্ৰাহ্য কৰাত সামাজিক মাধ্যমত ভাইৰেল মহিলাৰ বস্ত্ৰহীন ফটো ।

20/12/2022

প্ৰমোদ বড়োৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আক্ৰাছুৰ ।

20/12/2022

ধুবুৰী জিলাৰ অন্তৰ্গত ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ হেমাহি।

19/12/2022

বিলাসীপাৰা মহকুমাক জিলা ঘোষণাৰ দাবীত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।

19/12/2022

বটদ্ৰৱাৰ চৰকাৰী ভূমিত পুৱাৰ ভাগৰ পৰাই নগাওঁ জিলা প্ৰশাসনে আৰম্ভ কৰিলে উচ্ছেদ অভিযান।

16/12/2022

⏩ পুত্ৰই হত্যা কৰিলে পিতৃক ।

16/12/2022

লাহৰীঘাটত ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দূৰ্ঘটনা। একেটা পৰিয়ালৰ প্ৰান গ'ল তিনিজনৰ ।

Address

Bilasipara

Alerts

Be the first to know and let us send you an email when TIME 18 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME 18 Axom:

Share